ETV Bharat / state

কৰিমগঞ্জত ক'ৰণা ভাইৰাছত আক্ৰান্ত চিকিৎসক

author img

By

Published : Jul 7, 2020, 12:15 PM IST

কৰিমগঞ্জ প্ৰশাসনে ফলাফল লাভ কৰাৰ পাছতেই নিশাই চিকিৎসকজনক ঘৰৰ পৰা লৈ গৈ কৰিমগঞ্জ ক'ভিড চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱায় ৷

Doctor tests COVID-19 positive in Karimganj
কৰিমগঞ্জত ক'ৰণা ভাইৰাছত আক্ৰান্ত চিকিৎসক

কৰিমগঞ্জ, 7 জুলাই : হাইলাকান্দিৰ এগৰাকী চিকিৎসকৰ দেহত সোমবাৰে নিশা ধৰা পৰে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ কৰিমগঞ্জৰ নিজা ঘৰত হোম কোৱাৰেন্টাইনত থকা অবস্থাত ক'ভিড পজিটিভ ধৰা পৰে চিকিৎসকজন ৷

হাইলাকান্দি জিলাৰ কালিনগৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ড0 ৰুদ্ৰশংকৰ চক্ৰৱৰ্তীয়ে ২৯ জুনত স্বাৱ টেষ্ট কৰি কৰিমগঞ্জস্থিত নিজ ঘৰতে কোৱাৰেন্টাইন হৈ আছিল ৷ সোমবাৰে চিকিৎসকগৰাকীৰ স্বাৱ টেষ্টৰ ফলাফলত ক'ভিড পজিটিভ ধৰা পৰে ৷

কৰিমগঞ্জ প্ৰশাসনে ফলাফল লাভ কৰাৰ পাছতেই নিশাই চিকিৎসকজনক ঘৰৰ পৰা লৈ গৈ কৰিমগঞ্জ ক'ভিড চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱায় ৷ হাইলাকান্দিত সোমবাৰে ১১ গৰাকী লোকৰ দেহত ধৰা পৰে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ জিলাখনত এতিয়ালৈ মুঠ ৩৩২ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড 19 পজিটিভ ৷

লগতে পঢ়ক : কানপুৰৰ মষ্ট ৱান্টেডৰ 'শীৰ্ষ 15' ত নাই বিকাশ ডুবেৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.