ETV Bharat / state

কৰিমগঞ্জৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসক, জিলা উপায়ুক্তৰ ছাডেন ভিজিট - কৰিমগঞ্জৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

এদিন দুদিন নহয় কৰিমগঞ্জৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰায়ে চিকিৎসকৰ অনুপস্থিতিয়ে বিপদত পেলাইছে অঞ্চলটোৰ ৰাইজক ৷ অৱশেষত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত জিলা উপায়ুক্তৰ ছাডেন ভিজিট ৷

কৰিমগঞ্জৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
author img

By

Published : Sep 10, 2019, 11:34 AM IST

Updated : Sep 10, 2019, 12:00 PM IST

কৰিমগঞ্জ, 10 চেপ্তেম্বৰঃ কৰিমগঞ্জ নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুপস্থিত চিকিৎসক ৷ এদিন দুদিন নহয় স্বাস্থ্য কেন্দ্ৰটোত প্ৰায়ে চিকিৎসকৰ অনুপস্থিতিয়ে বিপদত পেলাইছে অঞ্চলটোৰ ৰাইজক ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত জিলা উপায়ুক্তৰ ছাডেন ভিজিটে পোহৰলৈ আনিলে এই তথ্য ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো এৰি ব্যক্তিগত চেম্বাৰত ব্যস্ত হৈ থাকে 5 জনকৈ চিকিৎসক ৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত হঠাৎ স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হয় জিলা উপায়ুক্ত ৷ অনাগত দিনত এই বিষয়ত জিলা উপায়ুক্তই কেনে পদক্ষেপ গ্ৰহণ কৰে নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

Intro:Body:S cript
কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা উপায়ুক্তৰ ছাডেন ভিজিট | পোহৰলৈ আহিল চিকিৎসকৰ হেমাহি | চিকিৎসা কেন্দ্ৰ এড়ি হাচপাতাল চৌহদত থকা ব্যক্তিগত চেম্বাৰত ব্যস্ত চিকিৎসক | কাৰন জাননীৰ নিৰ্দেশ জিলা উপায়ুক্তৰ |
কৰিমগঞ্জৰ নিলাম বজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লৈ ৰাইজৰ অভিযোগ দীৰ্ঘ দিনৰ | পাঁচজন কৈ চিকিৎসক থাকিলে ও হাচপাতালৰ পৰিবৰ্তে ব্যক্তিগত চেম্বাৰত ব্যস্ত চিকিৎসক | হাচপাতালত বিনামূলীয়া দৰপ থাকিলে ৰোগীয়ে নেপায় দৰপ | দীঘলিয়া সাৰি পাতি ৰাইজে নেপায় চিকিৎসক | এনে অভিযোগৰ ভিত্তিত জিলা উপায়ুক্তয় ভিজিট কৰি সকলো প্ৰত্যক্ষ কৰে |
আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
Last Updated : Sep 10, 2019, 12:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.