- মুখ ধুবলৈ গৈছিল জয়জিত গোৱালা নামৰ যুৱকজন
- তিনিদিনৰ মূৰত উদ্ধাৰ যুৱকজনৰ মৃতদেহ
- জয়জিতৰ মৃতদেহ উদ্ধাৰ হয় পাথৰকান্দিৰ লঙাই নৈত
- মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটোকৰিমগঞ্জৰ পাথাৰকান্দিত যুৱকৰ মৃতদেহ উদ্ধাৰ
কৰিমগঞ্জৰ পাথাৰকান্দিত যুৱকৰ মৃতদেহ উদ্ধাৰ - লঙাই
লঙাই নৈত সোতে উটুৱাই নিছিল যুৱকজনক
![কৰিমগঞ্জৰ পাথাৰকান্দিত যুৱকৰ মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3830085-thumbnail-3x2-f.jpg?imwidth=3840)
কৰিমগঞ্জৰ পাথাৰকান্দিত যুৱকৰ মৃতদেহ উদ্ধাৰ
- মুখ ধুবলৈ গৈছিল জয়জিত গোৱালা নামৰ যুৱকজন
- তিনিদিনৰ মূৰত উদ্ধাৰ যুৱকজনৰ মৃতদেহ
- জয়জিতৰ মৃতদেহ উদ্ধাৰ হয় পাথৰকান্দিৰ লঙাই নৈত
- মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটোকৰিমগঞ্জৰ পাথাৰকান্দিত যুৱকৰ মৃতদেহ উদ্ধাৰ
Intro:Body:Slug.Death young boy..
পাথাৰকান্দিৰ লোৱাইৰপয়া অঞ্চলৰ পানীত ডুবি সন্ধ্যানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে আজি ।পাথাৰকান্দিৰ লোৱাইৰপয়া এলেকাত লঙাই নৈত মুখ ধুবলৈ গৈ নৈৰ বাৰণি পানীৰ স্রোতে লৈ গৈছিল জয়জিত গোৱালা নামৰ এক যুৱকক যোৱা বৃহস্পতিবাৰে।এচডিআৰএফ,এনডিআৰএফ এ উদ্ধাৰ অভিযান চলালেও উদ্ধাৰ কৰিব পৰা হোৱা নাই পিছে তিনিদিনৰ মূৰত লোৱাইৰপোয়া এলেকাৰ প্ৰয়াত ৰামছুৰত গোৱালাৰ 27 বছৰীয়া পুত্ৰ বিজয় নাৰায়ণ গোৱালা (জয়জিত গোৱালা)।জয়জিতৰ মৃতদেহ আজি উদ্ধাৰ হয় পাথৰকান্দি লঙাই নৈত ভাসি যাওঁতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ দেহ আৰু তাৰ পিছতে পৰিয়ালৰ লোকেও শনাক্ত কৰে মৃতদেহ জয়জিতৰ বুলি ।পিচে আৰক্ষীয়ে জয়জিতৰ মৃতদেহ উদ্ধাৰ কৰি মৰণত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পাতাল লৈ প্ৰেৰণ কৰে।Conclusion: