ETV Bharat / state

কৰিমগঞ্জত চোৰাং গৰুসহ আটক তিনি সৰবৰাহকাৰী

বাংলাদেশলৈ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে আটক কৰে গৰুসহ তিনি সৰবৰাহকাৰী ৷ উপযুক্ত প্ৰমাণ দিব নোৱাৰাত গৰুকেইটা চোৰাং বুলি সন্দেহ কৰা হৈছে

কৰিমগঞ্জত চোৰাং গৰুসহ আটক সৰবৰাহকাৰী
author img

By

Published : Aug 3, 2019, 7:15 PM IST

কৰিমগঞ্জ, 3 আগষ্ট : কৰিমগঞ্জত চোৰাং গৰুসহ আটক তিনি সৰবৰাহকাৰী ৷ বাংলাদেশলৈ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে আটক কৰে গৰুসহ সৰবৰাহকাৰীকেইজনক ৷ উপযুক্ত প্ৰমাণ দিব নোৱাৰাত এতিয়া গৰুকেইটা চোৰাং বুলি সন্দেহ কৰা হৈছে ৷ অঞ্চলটোত প্ৰতিদিনেই গৰুৰ চোৰাং বেহা চলি থকা বুলি উল্লেখ কৰে একাংশ ৰাইজে ৷

etv bharat
কৰিমগঞ্জত চোৰাং গৰুসহ আটক সৰবৰাহকাৰী

কৰিমগঞ্জ, 3 আগষ্ট : কৰিমগঞ্জত চোৰাং গৰুসহ আটক তিনি সৰবৰাহকাৰী ৷ বাংলাদেশলৈ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে আটক কৰে গৰুসহ সৰবৰাহকাৰীকেইজনক ৷ উপযুক্ত প্ৰমাণ দিব নোৱাৰাত এতিয়া গৰুকেইটা চোৰাং বুলি সন্দেহ কৰা হৈছে ৷ অঞ্চলটোত প্ৰতিদিনেই গৰুৰ চোৰাং বেহা চলি থকা বুলি উল্লেখ কৰে একাংশ ৰাইজে ৷

etv bharat
কৰিমগঞ্জত চোৰাং গৰুসহ আটক সৰবৰাহকাৰী
Intro:অবৈধ গৰু সহ আটক তিনিগৰাকী পাঁচাৰকাৰী।আৰক্ষী অনুসন্ধান চৌকীৰ পৰা হঠাৎ উধাও দুজন পাঁচাৰকাৰী।


Body:SLUG--COW THIEF ESCAPED FROM THE POLICE. KARIMVANJ.
কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ বিভিন্ন স্থানত গৰু চুৰি অব্যাহত।পুনৰ আৰক্ষীৰ পৰা পলাবলৈ সক্ষম হল দুজনকৈ গৰুচোৰ!ঘটনাৰ স্থান এইবাৰ কৰিমগঞ্জৰ
পাথাৰকান্দি আৰক্ষী খানৰ অধীনস্থ সোণাখিৰা আৰক্ষী অনুচন্ধ্যান চৌকি।যোৱাকালি নিচাৰ ভাগত অৰ্থাত তিনিটা বজাত চান্দখিৰা চা বাগিচাৰ দাসী গোৱালাৰ ঘৰৰ পৰা চাৰিটা কৈ যায় বাংলাদেশৰ পৰা অহা গৰুচোৰৰ দলে।পিছে ঘৰৰ গৰাকীজনে গৰু বিচাৰি চম্পাবাৰী লৈ যায় কিন্তু তেতিয়া তিনিটাকৈ গৰুক শিপাৰলৈ লৈ যায় গৰু চুৰৰ দলে পিছে স্থানীয় ৰাইজ আৰু বিএছএফৰ সহযোগিতাত এটা গৰুৰ সন্ধ্যান পোৱা যায়।আৰু আনফালে 20 টা কৈ গৰু সোণাখিৰা আৰক্ষী অনুচন্ধ্যান
চৌকীৰ সন্মুখেৰে যাওঁতে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে
আটক কৰে তিনিজন কৈ লোকক ।সন্দেহ হয় গৰুখিনি
চুৰিৰ বুলি ।আৰু আৰক্ষীৰ সন্মুখৰ পৰা তিনিগৰাকী গৰু পাঁচাৰকাৰীৰ মাজত দুগৰাকী পলাবলৈ সক্ষম হয় ।যদিও
পিছে আৰক্ষীৰ প্ৰেচাৰত উভতি আহে দুগৰাকী পাঁচাৰকাৰী।ৰাতি তেওঁলোকে গৰুখিনিৰ উপযুক্ত প্ৰমাণ পাতি দিব দিব নোৱাৰিলে ও ।ৰাতিপুৱা সকলো গৰুৰ প্ৰমানপাতি আৰক্ষীৰ সন্মুখত দাঙি ধৰে।এতিয়া প্ৰশ্ন হৈছে চিৰিয়াল নম্বৰ নথকা বিক্ৰীৰ প্ৰমাণপত্ৰ কিমানখিনি বৈধ।কাৰণ বিগত সময়চোৱাত দেখিবলৈ পোৱা গৈছে চোৰাং চলিছিল আৰু বৰ্তমান ও এয়া অব্যাহত আছে।আনফালে যদি গৰুখিনি বৈধ হলহেঁতেন তেন্তে কিয় ইমানৰাতি গৰু পাচাৰ কৰিবলৈ চেষ্টা কৰিছিল।বৰ্তমান আৰক্ষীৰ জিম্মাত আছে গৰুখিনি পিছে যি কৰিব আৰক্ষীয়েই কৰিব।উল্লেখযোগ্য যেন প্ৰতিনিশা মেদলি,পুতনি,আদমটিলা, লঙ্গাই,লালখিৰা,চান্দখিৰাৰ পৰা আছে গৰুচুৰি আৰু এই বাতৰি আমি সম্প্ৰচাৰ কৰি আহিছো যদিও গা লৰা নাই কৰিমগঞ্জ প্ৰশাসন আৰু বিএছএফৰ।


Conclusion:পিছে আৰক্ষীৰ হেঁচাত পুনৰ থানালৈ হাজিৰ দুজন পাঁচাৰকাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.