ETV Bharat / state

বিধায়ক কৃষ্ণেন্দু পালৰ পৰিয়ালৰ COVID-19 ফলাফল নিগেটিভ - পাথাৰকান্দি বিধায়ক কৃষ্ণেন্দু পালৰ পৰিয়াল

বিধায়ক কৃষ্ণেন্দু পালৰ পৰিয়াল তথা আত্মীয়, কৰ্মচাৰীৰ পৰা সংগ্ৰহ কৰা হৈছিল স্বোৱাব ৷ বুধবাৰে প্ৰকাশ পাই ইয়াৰ ফলাফল ৷

বিধায়ক কৃষ্ণেন্দু পালৰ পৰিয়ালৰ COVID-19 ফলাফল নিগেটিভ

author img

By

Published : Jun 25, 2020, 2:07 AM IST

কৰিমগঞ্জ, 25 জুনঃ পাথাৰকান্দি বিধায়ক কৃষ্ণেন্দু পালৰ পৰিয়ালৰ লোকৰ বাবে সুখবৰ ৷ কিয়নো বিধায়ক গৰাকীৰ পৰিয়ালৰ COVID-19ৰ ফলাফল নিগেটিভ আহিছে ৷ এই কথা সদৰী কৰিছে কৰিমগজ্ঞ জিলা প্ৰশাসক আম্বামুথান এমপিয়ে ৷

বিধায়ক কৃষ্ণেন্দু পালৰ পৰিয়াল তথা আত্মীয়ৰ পৰা সংগ্ৰহ কৰা হৈছিল স্বোৱাব ৷ বুধবাৰে প্ৰকাশ পাই ইয়াৰ ফলাফল ৷ তেওঁৰ পৰিয়াল-আত্মীয়, কৰ্মচাৰীকে ধৰি 30 গৰাকী লোকৰ স্বোৱাব পৰীক্ষা কৰা হৈছিল ৷ সেই লোক সকল আছিল বিধায়ক গৰাকীৰ মাতৃ, সন্তান দুগৰাকী, পত্নী, ককায়েক, নবৌয়েক, ড্ৰাইভাৰ, ব্যাক্তিগত সহকাৰি, ঘৰৰ পৰিচালিকা, আৰু পি এচ অ’ ৷ অৱশ্যে ফলাফল নিগেটিভ আহিলেও তেওঁলোকক হ’ম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিছে 14 দিনলৈকে ৷

বিধায়ক কৃষ্ণেন্দু পালৰ পৰিয়ালৰ COVID-19 ফলাফল নিগেটিভ

উল্লেখ্যে যে, যোৱা সোমাবাৰৰ দিনা বিধায়ক গৰাকীৰ দেহত ধৰা পৰিছিল COVID-19 ৷ তাৰ পাচতেই তেওঁক আইছ’লেশ্যনত ৰখা হৈছিল ৷

লগতে পঢ়কঃ গণ সংক্ৰমন হোৱাৰ লক্ষণ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.