কৰিমগঞ্জ, ২৪ জুলাইঃ কৰিমগঞ্জত বৃহস্পতিবাৰে মৃত্যু হয় প্ৰথম গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীৰ । কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ছামিম আহমেদ নামৰ ব্যক্তি গৰাকীৰ শুকুৰবাৰে ৰাতিপুৱা বদৰপুৰত সম্পূৰ্ণ কৰা হয় শেষকৃত্য।
![কৰ'ণা ভাইৰাছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12:20:39:1595573439_askxj801to803firstdeathcaseforcovid19atkarimganjvisulswapnajitnathkarimganj_24072020112245_2407f_1595569965_573.jpg)
মহামাৰী COVID-19ৰ সকলো নীতি-নিয়ম পালন কৰি শুকুৰবাৰে প্ৰশাসনে বদৰপুৰৰ কোনাপাৰা গাঁৱত পুৱাৰ ভাগত সম্পন্ন কৰে শেষকৃত্য । আনহাতে, শেষকৃত্যৰ সময়ত উপস্থিত থাকে পৰিয়ালৰ লোক,স্বাস্থ্যকৰ্মী,চক্ৰ বিষয়া দীপমালা গোয়ালা আৰু বদৰপুৰ আৰক্ষী প্ৰশাসন উপস্থিত থাকে ।
লগতে চাওকঃ সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ টিটি পদৰ পৰা অব্যাহতি লক্ষ্মণ চন্দ্ৰ দাসক