ETV Bharat / state

কৰিমগঞ্জত ফাদিল শিশু ধৰ্ষণকাণ্ড

author img

By

Published : Dec 8, 2019, 11:30 PM IST

কৰিমগঞ্জত সংঘটিত চাঞ্চল্যকৰ ঘটনা ৷ ধনৰ বিনিময়ত ধৰ্ষিতাৰ পৰিয়ালৰ মুখ বন্ধ কৰাৰ চেষ্টা ৷

Child rape case exposed at Karimganj
কৰিমগঞ্জত ফাদিল শিশু ধৰ্ষণকাণ্ড

কৰিমগঞ্জ,8 ডিচেম্বৰঃ হায়দৰাবাদ সংঘটিত ধৰ্ষণকাণ্ডৰ সময়তে কৰিমগঞ্জতো সংঘটিত হৈছিল এক ধৰ্ষণকাণ্ড । যোৱা ২৯ নৱেম্বৰ তাৰিখে কৰিমগঞ্জ চহৰৰ নিলগত কানিশাইলত সংঘটিত হৈছিল তিনি বছৰীয়া শিশু কন্যাক ধৰ্ষণৰ নাৰকীয় কাণ্ড । কিন্তু তেতিয়াৰ পৰাই ঘটনাক গাপ দিয়াত তৎপৰ হৈ উঠিছিল এটা অসামাজিক চক্ৰ । প্ৰাপ্ত তথ্যনুসৰি মাতৃয়ে শিশুটিক চিকিৎসালয়ত লৈ অহাত শিশুটিৰ অৱস্থা গুৰুত্বৰ দেখি চিকিৎসকে শল্য বিভাগত ভৰ্তি কৰায় । কিন্তু ৰাতি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত ৰহস্যজনকভাৱে ঢল পুৱাতেই উধাও হৈ যায় মাতৃসহ ভুক্তভোগী শিশু কন্যাটি । কৰিমগঞ্জৰ কাণিশাইলত আব্দুল মান্নান নামৰ এগৰাকী প্ৰতিপত্তিশালী ব্যৱসায়ীৰ একে অট্টালিকাৰ বেলেগ বেলগ কোঠাত ভাড়াতীয়া হিচাবে আছিল অভিযুক্ত ইমৰান আলী ওৰফে ফাৰুক মিঞাৰ পৰিৱাল আৰু নিৰ্যাতিতা শিশু কন্যাটিৰ পৰিয়ালবৰ্গ । 29 তাৰিখে সন্ধিয়া শিশুটিক ঘৰত ৰাখি মহিলাগৰাকী ওলাই গৈছিল । ঠিক এঘন্টামান পাছত আহি দেখে কন্যাগৰাকীৰ গাত বিভিন্ন ঠাইত আঘাত চিন আৰু তেজ নিৰ্গত হৈ থকা প্ৰত্যক্ষ কৰে । মাতৃগৰাকীয়ে কন্যাগৰাকীক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ অনাত জৰুৰীকালীন সেৱাত থকা চিকিৎসকে তৎকালীনভাৱে চিকিৎসালয়ত ভৰ্তি কৰাই দিয়ে ।

কৰিমগঞ্জত ফাদিল শিশু ধৰ্ষণকাণ্ড

ইফালে ৰহস্যজনকভাৱে ভৰ্তি হোৱাৰ 24 ঘণ্টা পাৰ নৌহওঁতেই পুৱাৰ পূৰ্বে মহিলাগৰাকীয়ে শিশুটিকলৈ চিকিৎসালয়ৰ পৰা পলায়ন কৰে ৷ ইয়াতে এটা কথা প্ৰায় স্পষ্ট, মহিলাগাৰকিয়ে নিশ্চয়কৈ কোনো হেঁচাৰ আগৰ আগত নতি স্বীকাৰ কৰিবলগীয়া হৈছে ।

উক্ত ঘটনাক লৈ কৰিমগঞ্জত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আৰু পঢ়ক মৃত্যুৰ পূৰ্বে অজ্ঞাত ব্যক্তিৰ সম্বন্ধীয় ভাতৃলৈ ফোন

Intro:Body:SLUG: 3YRS GIRL RAPE CASE TRY TO HIDE, KARIMGANJ
তিনি বছৰিয়া শিশুক ধৰ্ষনৰ মূল্য দেড় লাখ টকা ।ঘটনা সংঘটিত হোৱাৰ পাছত ঘৰ মালিকে আন এগৰাকি স্থানীয় নেতাৰ সহযোগত বিচাৰসভা বহুৱাই ভোক্তভোগীৰ পৰিৱালৰ বাৱে দেড় লাখ টকা ক্ষতিপুৰন ধাৰ্য্য কৰে । বিচাৰ সভাত অভিযুক্তক ক্ষতিপুৰন ধাৰ্য্য কৰাৰ লগতে ঝাড়ু আৰু জুতা পিটন দিয়াৰো আদেশ দিয়ে । এয়াই আছিল শিশুকন্যাৰ ধৰ্ষনকাণ্ডৰ বিচাৰ । শুনিব আঁচৰিত যেন লাগিলেও কৰিমগঞ্জত সংঘটিত হৈছে এনে জঘন্য ঘটনা । আৰু ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰাই বিভিন্ন কৌশলৰে এই জঘন্য কাণ্ডটো গাপ দিয়াৰ চেষ্ঠা চলোৱা হৈছে । কৰিমগঞ্জ চহৰৰ নিলগত এটি ভাড়াতিয়া ঘৰত এন ঘটনা সংঘটিত হলে পিছদিনাই ঘৰ মালিকে দুয়ো ভাৰাতিয়া অভিযুক্ত আৰু ভুক্তভোগীৰ পৰিৱালক ঘৰৰ পৰা খেদি উদাও হবলৈ বাধ্য কৰে । ।
হায়দ্ৰাবদত সংঘটিত হোৱা দেশজুৰি আলোৰন সৃষ্ঠি কৰা ধৰ্ষনকাণ্ডৰ সময়তে কৰিমগঞ্জতো ঘটিছিল এনে এক জঘন্য কাণ্ড । যোৱা ২৯ নভেম্বৰ তাৰিখে কৰিমগঞ্জ চহৰৰ নিলগত কানিশাইলত সংঘটিত হৈছে তিনি বছৰিয়া শিশু কন্যাক ধৰ্ষনৰ নাৰকিয় কাণ্ড । কিন্তু তেতিয়াৰ পৰাই ঘটনাক গাপ দিয়াত তত্পৰ হৈ উঠে এটা চক্ৰ । মাতৃয়ে শিশুটিক চিকিত্সালয়ত লৈ আহিলে অবস্থা বেয়া দেখি চিকিত্সকে শল্য বিভাগত ভৰ্তি কৰায় । কিন্তু ৰাতি চিকিত্সালয়ত ভৰ্তি কৰোৱাৰ পাছত ৰহস্যজনকভাৱে পোৱাৰ পূৰ্বেই উদাও হৈ যায় মাতৃ সহ ভূক্তভোগী শিশুকন্যাটি । কৰিমগঞ্জৰ কাণিশাইলত আব্দুল মান্নান নামৰ এগৰাকি প্ৰতিপত্তিশালী ব্যবসায়ীয়ে এইখন অট্টালিকা বানইছে ভাড়া দিয়াৰ বাৱে । একে অট্টালিকাৰ বেলেগ বেলগ কোঠাত ভাৰাতিয়া হিচাপে আছিল অভিযুক্ত ইমৰান আলী ওৰফে ফাৰুক মিঞাৰ পৰিৱাল আৰু নিৰ্যাতিতা শিশুকন্যাৰ পৰিৱাল । নিৰ্যাতিতা শিশুৰ মাতৃৰ অভিযোগ মতে, ইমৰানে বহুদিন ধৰিই তেঁওক কুপ্ৰস্তাব দি আহিছিল । সেইদিনাও প্ৰথমে তেঁওক শাৰিৰিক সম্পৰ্ক স্থাপনৰ বাৱে প্ৰস্থাব দিয়ে । কিন্তু তেঁও বাৰংবাৰ অমান্তি হৈছিল । সন্ধিয়াৰ পাছত শিশুটিক ঘৰত ৰাখি কোনও এটা কামত মহিলা গৰাকি ওলাই গৈছিল । এঘন্টামান পাছত আহি দেখে তেঁওৰ তিনি বছৰিয়া ছোৱালি গৰাকিৰ গাত বিভিন্ন ঠাইত আঘাত চিন আৰু গোপনাংগৰ পৰা তেজ নিৰ্গত হৈ আছে । ৰাতি প্ৰায় সাড়ে ১১টা বজাত কন্যাক লৈ কৰিমগঞ্জ অসামৰিক চিকিত্সলায়লৈ গলে জৰুৰীকালিন চিকিত্সকে পৰীক্ষা কৰি চিকিত্সালয়ত ভৰ্তি কৰাই দিয়ে । সেইসময়ৰ কৰ্তব্যৰত চিকিত্সকে ঘটনাৰ সবিশেষ জনায় ...... । ইফালে ৰহস্যজনক ৰাতিপোৱাৰ পূৰ্বে মহিলাগৰাকিয়ে ছোৱালিক লৈ চিকিত্সালয়ৰ পৰা ওদাও হৈ যায় । চিকিত্সালয়ৰ পৰা অব্যাহতি নলোৱাকৈ মহিলাগৰাকি গুচি যোৱাৰ বাৱে পৰবৰ্তিত চিকিত্সালয়ৰ ফালৰ পৰা আৰক্ষীক জনোৱা হয় বুলি জনায় চিকিত্সালয়ত অধিক্ষকে ...... । কিন্তু আজিলৈকে আৰক্ষীয়ে কোনও ব্যবস্থা গ্ৰহন কৰাৰ পৰা বিৰত থাকে । আনকি মুখে মুখে ঘটনাটো শুনা গলেও কৰিমগঞ্জ সদৰ থানায় নিজাবৱিয়াকৈ কোনও গোচৰো লোৱা । ইয়াতে এটা কথা প্ৰায় স্পষ্ট, মহিলাগাৰকিয়ে নিশ্চয়কৈ কোনও হেঁচাৰ আগৰ আঁগত নতি স্বীকাৰ কৰিবলগা হৈছে । ইফালে জানিব পাৰা মতে, ধৰ্ষনৰ ঘটনাৰ পিছদিনা ঘৰৰ মালিক আৰু স্থানীয় এগৰাকি নেতাক লৈ এক বিচাৰসভা পতা হয় । বিচাৰত অপৰাধিয়ে ভূক্তভোগী পৰিৱালক দেড় লক্ষটকা দিয়া আৰু অভিযুক্ত জুতা আৰু ঝাড়ু পিটন দিয়াৰ আদেশ দিয়া হয় ।
ৰহস্যৰ আন এটা দিশ হৈছে, চিকিত্সকে যেতিয়া গোপনাংগৰ পৰা তেজ নিৰ্গত হোৱা আনকি পেটত আঘাতৰ চিন থকাৰ বাৱে চিকিত্সালয়ত ভৰ্তি কৰাৰ কথা জনাইছে, সেই ঠাই ঘৰৰ মালিকে কিন্তু বাৰংবাৰ অভিযুক্তক বচোৱাৰ চেষ্ঠা কৰিছে । ঘৰ মালিক আব্দুল মান্নানে কয়, ছোৱালিজনিক হেনু অলপ মাৰপিটহে কৰিছে অভিযুক্ত ইমাৰানে । এলাকাৰ এজনক লৈ তেঁও হেনু বিচাৰ কৰি দিছে । কিন্তু আশ্চৰ্য্যৰ বিষয় হল, মালিকে হেনু ভাড়াতিয়াৰ নামে নেজানে । আনফালে ঘটনাৰ পিছদিনা ৰাতি ঘৰৰ মালিকে দুয়ো পক্ষকে ঘৰৰ এড়িবলৈ বাদ্য কৰে ।
এনে জঘন্য ঘটনা লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্ঠি হৈছে কৰিমগ়ঞ্জত । এগৰাকি মহিলা সমাজকৰ্মীয়ে কয়, ফুলকোমলীয়া তিনিবছৰিয়া শিশুকন্যাৰ সৈতে এনে ঘটনা নিশ্চয়কৈ জঘন্যতম । চিকিত্সালয়ত ভৰ্তি কৰোৱাৰ কিছু সময় পাছতেই অন্তৰ্ধান হোৱাটো অতি ৰহস্যজনক । এয়া অতি নিশ্চিত, কোনও প্ৰভাবশালী ব্যক্তিৰ হেঁচাত মহিলাগৰাকিয়ে এনে কৰিবলৈ বাধ্য হৈছিল । ইপিনে অভিযুক্তক বচোৱাৰ বাৱে বিচাৰ ব্যবস্থা বহুৱাই দেড় টকা দি মুখ বন্ধ কৰিবলৈ বাধ্য কৰা হয় । ঘটনাটো গোটো চহৰত চৰ্চা লাভ কৰিলেও আৰক্ষীয়ে কিন্তু কোনও ব্যবস্থা নলোৱাৰ বাৱে আক্ষেপ কৰে তেঁও । গতিকে আৰক্ষী প্ৰশাসনে সকলো তদন্ত কৰি অভিযুক্ত সহ বিচাৰক সকলকো শাস্তি প্ৰদানৰ দাবি জনায় তেঁও ।
BYTE: 1. HOUSE OWNER, ABDUL MANNAN
2. EMERGENCY DOCTOR & HOSPITAL SUPER
3. LADY ACTIVIST, PUTUL RANI DASConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.