ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালতেই বৰাকত প্ৰতিবাদত বহিব কাছাৰ কাগজ কলৰ কৰ্মচাৰী - cachar paper mill worker

11 এপ্ৰিলত মোডীৰ জনসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিব কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে ৷

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালতেই বৰাকত প্ৰতিবাদত বহিব কাছাৰ কাগজ কলৰ কৰ্মচাৰী
author img

By

Published : Apr 8, 2019, 8:31 PM IST

বদৰপুৰ, 8 মাৰ্চ : বৰাকত ক্ষুব্ধ কাগজ কলৰ কৰ্মচাৰী৷ দীৰ্ঘদিন ধৰি বেতন বঞ্চিত হৈ থকা কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে নামিব প্ৰতিবাদত৷

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালতেই বৰাকত প্ৰতিবাদত বহিব কাছাৰ কাগজ কলৰ কৰ্মচাৰী

11 এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিব কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে৷ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে 11 এপ্ৰিলত বৰাকৰ ৰামনগৰত উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ মোডীৰ নিৰ্বাচনী সভাৰ সময়তেই সভাৰ বাহিৰত প্ৰতিবাদত বহিব কাছাৰ কাগজ কল ৰিভাইভাল কমিটিয়ে ৷

Intro:ৱৰাকত প্ৰধান মন্ত্ৰীৰ সভাৰ ৱাহিৰত প্ৰতি ৱাদ জনাব কাছাৰ কাগজ কলৰ কৰ্মী।Body:অহা 11এপ্ৰিল নিৰ্বাচনী প্ৰচাৰ ত ৱৰাকৰ ৰামনগৰত আহিৱ প্ৰধান মন্ত্ৰী মোদি। মোদীর অনুষ্ঠানৰ ৱাহিৰত প্ৰতি ৱাদ জনাব কাছাৰ কাগজ কল ৰিভাইভেল কমিটি। আজি হাইলাকান্দিৰ পাঁচগ্ৰামত থকা কাগজ কল ৰ সন্মুখত ৰিভাইভাল কমিটি প্ৰতি ৱাদ জনায়।Conclusion:ৱদৰপুৰৰ পৰা স্বপ্নজিৎ নাথ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.