ETV Bharat / state

কৰিমগঞ্জ চহৰৰ মাজমজিয়াত নৃশংস হত্যাকাণ্ড

চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে জয়দ্বীপ দাস নামৰ এজন লোকক ৷ অঞ্চলজুৰি উত্তেজনা

কৰিমগঞ্জ চহৰৰ মাজমজিয়াত নৃশংস হত্যাকাণ্ড
author img

By

Published : May 31, 2019, 2:47 PM IST

কৰিমগঞ্জ,31 মে' : কৰিমগঞ্জ চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা | চহৰৰ ঘাটলাইন এলেকাত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে জয়দ্বীপ দাস নামৰ এজন লোকক | সুগম ট্ৰান্সপোৰ্টৰ মেনেজাৰ জয়দ্বীপ দাসে আন দিনৰ দৰ ট্ৰান্সপোৰ্টৰ কাউন্টাৰ বন্ধ কৰি ঘৰলৈ উভতাৰ সময়তে কোনো দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে মূৰত ঘপিয়াই হত্যা কৰে | তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ অঞ্চলটোত মদ আৰু জুৱাৰ ব্যৱসায়ৰ চলাই থকা কোনো লোক এই হত্যাৰ আঁৰত জড়িত থকাৰ অভিযোগ ৰাইজৰ ৷ ইপিনে উক্ত ঘটনা সম্পৰ্কত আৰক্ষী প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

কৰিমগঞ্জ চহৰৰ মাজমজিয়াত নৃশংস হত্যাকাণ্ড

আৰু পঢ়ক মজুৰি বিচৰাৰ বাবেই বন্দুকেৰে চাহ শ্ৰমিকক আক্ৰমণ বিজেপি নেতাৰ পুত্ৰৰ

Intro:Body:SLUG: MURDER IN POPULATED AREA, KARIMGANJ
কৰিমগঞ্জ চহৰৰ মাজমজিয়াত সন্ধিয়াৰাতি নৃসংহ হত্যাকাণ্ড সংঘটিত হয় | চহৰৰ ঘাটলাইন এলাকাত দুৰ্বৃত্বয় চুখা অস্ত্ৰৰে ঘপিৱাই হত্যা কৰে লোকজনক | লোকজন জয়দ্বীপ দাস বুলি চনাক্ত হৈছে | সুগম ট্ৰানপোৰ্টৰ মেনেজাৰ আছিল লোকজন | এই হত্যাৰ আড়ত এলাকাত চলি থকা জুৱাৰ ব্যাবসা বুলি ৰাইজৰ অভিযোগ | আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰো অভিযোগ উত্থাপন কৰে ৰাইজে ।
কৰিমগঞ্জ চহৰৰ ঘাটলাইন এলাকাত ভোলা পাৰ্কিংত আছে কেইবাটাও ট্ৰান্চপোৰ্চ কোম্পানী । সুগম ট্ৰানপোৰ্টৰ মেনেজাৰ জয়দ্বীপ দাসে আনদিনৰ দৰ ট্ৰান্চপোৰ্টৰ কাউন্টাৰ বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়তে কোনও দুষ্কৃতিয়ে চুখা অস্ত্ৰৰে মুৰত কেইবাটাও ঘাপ দি হত্যা কৰে | সেই সময় অনুমানিক মাথৌ সন্ধিয়া আটটামান বাজিছিল । এই সন্ধিয়াৰাতি জনবহুল এলাকাত হত্যাকাণ্ডো সংঘটিত হোৱাত ব্যাপক চাঞ্চল্য দেখা দিয়ে । খবৰ পাই বহু ৰাইজ আহি উপস্থিত হয় এলাকত । সৃষ্ঠি হয় ব্যাপক উত্তপ্ত পৰিস্থিতিতিৰ ।
কৰিমগঞ্জ চহৰত বিভিন্ন ঠাইত চলিছে মদ আৰু জুৱাৰ ৰমৰমিয়া বেহা | কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীৰ নিৰ্লিপ্ততাত চহৰৰ কেইবাটা এলাকাত নিশা হলেই বহে জুৱাৰ টেবিল | জানিব পাৰা মতে, যোৱা IPL টৰ্ণামেন্টত এই এলাকাটোত চলিছিল ব্যাপক জুৱাৰ বেহা | এলাকাত কেইবাটাও ট্ৰান্চপোৰ্চ কোম্পানী আৰু গোদাম ঘৰ থাকিলেও নাই এটাও চিচি কেমেৰা । ৰাইজে অভিযোগ উত্থাপিত কৰি কয়, আচলতে অসামাজিক কাৰ্য্যকলাপ চলি থকাৰ বাৱে চিচি কেমেৰা স্থাপন কৰা নহয় ।
কেৱল এই হত্যাকাণ্ডক লৈ নহয়, কৰিমগঞ্জ চহৰ এলাকাত ব্যাপকভাবে আইন শৃংখলা পৰিস্থিতি অবনতি হোৱাৰ অভিযোগ ইয়াৰ পূৰ্বেও ৰাইজে কৰি আছিলে । আৰক্ষীৰ নিৰ্লিপ্ততাৰ বাৱে সঘনাই চুৰিকাণ্ডকে ধৰি চহৰৰ ট্ৰাফিক ব্যবস্থা বিপৰ্য্যস্থ হৈ উঠাৰো ব্যাপক অভিযোগ কৰিছিল কৰিমগঞ্জৰ ৰাইজে । বিভিন্ন অপৰাধ সংঘটিত হলেও কৰিমগঞ্জ সদৰ থানাৰ ওচি ঘটনাস্থলিত প্ৰায়ে উপস্থিত নহোৱাৰো অভিযোগ আছে । এনে অবস্থাত কৰিমগঞ্জ সদৰ থানাক যদি আৰুও সচেষ্ঠ কৰি তোলা নহয় তেন্তে নিশ্চয়কৈ অপৰাধিসকলৰ মনোবল বৃদ্ধি হোৱাৰে আশংখা সচেনত মহলৰ ।

কৰিমগঞ্জ, ৩১-০৫-১৯Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.