কৰিমগঞ্জ 16 এপ্ৰিল : অসমৰ বহু যুৱক যুৱতী বহিঃৰাজ্যত কৰ্মত নিয়ােজিত হৈ আছে ৷ লক ডাউনৰ সময় ছোৱাত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে ৷ কাম কৰিবৰ বাবে যাব পৰা নাই ফলত তেওঁলোক আৰ্থিক সংকটত পৰিছে ৷ আৰু বহু দিন অনাহাৰে কটাব লগীয়া হৈছে বুলি জানিব পৰা গৈছে আবদ্ধ হৈ থকা লোকসকল ৷ বৰাক উপত্যকাৰ বহু যুৱক যুৱতী হায়দৰাবাদত কৰ্মৰত হৈ আছে ৷ লক ডাউনৰ বাবে উদ্যোগ প্ৰতিষ্ঠান সমূহে এওঁলোকক কামৰ পৰা অব্যাহতি দি থৈছে ৷ নিজ নিজ সমষ্টিৰ জন প্ৰতিনিধিৰ সৈতেও যোগাযোগ কৰি বিফল হৈ অৱশেষত মাজ নিশা সামাজিক মাধ্যমৰ জৰিয়তে অসমবাসীৰ পৰা সহায় বিচাৰিলে একাংশ হায়দৰাবাদত কৰ্মহীন অৱস্থাত থকা যুৱকৰ দলে ৷
লগতে পঢক : অসমবাসীলৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জুবিন গাৰ্গৰ
হায়দৰাবাদত থকা বৰাকৰ বহু যুৱক যুৱতী বিপদত
হায়দৰাবাদত বৰাক উপত্যকাৰ তিনিখন জিলাৰ বহু যুৱক যুৱতী অসহায় আৰু বিপদত পৰিছে লক ডাউনৰ ফলত ৷