ETV Bharat / state

নতুন অঞ্চলিক দলৰ চৰ্চা ৰাইজৰ মাজত নাই, আছে অকল সংবাদ মাধ্য়মতঃ ৰঞ্জিত দাস

অসমৰ নতুন অঞ্চলিক দলে বৰাক উপত্যকাত এখন আসন দখল কৰিলে বিজেপৰ কার্যকর্তা সকলে পদত্যাগ কৰিব। দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে এই মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।

bjp-state-president-statement
ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশ গ্ৰহণ কৰি কি ক'লে সভাপতি ৰঞ্জিত দাসে ?
author img

By

Published : Dec 24, 2020, 11:55 AM IST

Updated : Dec 24, 2020, 3:26 PM IST

কৰিমগঞ্জ, 24 জিচেম্বৰ: অসমৰ নতুন অঞ্চলিক দলে বৰাক উপত্যকাত এখনও যদি আসন দখল কৰিলে বিজেপৰ কার্যকর্তা সকলে পদত্যাগ কৰিব। অসম ৰাজ্যিক কাৰ্যনিবাহক সভা দ্বিতীয়দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে এই মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ।

কৰিমগঞ্জত অনুষ্ঠিত হোৱা কার্যনির্বাহক সভাত অংশ গ্ৰহণ কৰি তেওঁ কয়,কার্যকর্তা সকলোৰে আন্তৰিক প্রচেষ্টাৰ বাবে বিগত চাৰি বছৰৰ সকলো নির্বাচনতে বৰাকত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিলৈ সক্ষম হৈছে ৷

ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশ গ্ৰহণ কৰি কি ক'লে সভাপতি ৰঞ্জিত দাসে ?

উল্লেখ্য যে,আজি অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ কার্যকালৰ চাৰি বছৰ সম্পূৰ্ণ হ'ল ।

লগতে পঢ়ক:10 মিনিটৰ বাবে স্থগিত ঘোষণা বিটিচিৰ সদন

Last Updated : Dec 24, 2020, 3:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.