ETV Bharat / state

আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ দুৰত্বত গৰুৰ বৃহৎ বজাৰ! - গৰু

কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ চাৰি কিলোমিটাৰ নিলগত গৰুৰ বৃহৎ বজাৰৰ ভয়ংকৰ তথ্য । কেমেৰাত বন্দী অবৈধ বজাৰৰ দৃশ্য । দুই-চাৰিটা নহয় প্ৰায় পাঁচ শতাধিক গৰু মজুত আছে এই বজাৰত । হেজাৰৰো অধিক ক্ৰেতা থকাৰ অভিযোগ বজৰং দলৰ ।

আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ দুৰত্বত গৰুৰ বৃহৎ বজাৰ!
author img

By

Published : Aug 1, 2019, 7:53 PM IST

কৰিমগঞ্জ, 1 আগষ্টঃ আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ এলেকাত কোনেও গৰু বজাৰ গঢ়ি তুলিব নোৱাৰিব বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে যদিও এনে নিৰ্দেশ অমান্য কৰি কৰিমগঞ্জ জিলাৰ বহু ঠাইত সীমান্তৰ ৫-৬ কিলোমিটাৰ এলেকাত চলি আছে গৰুৰ অবৈধ বজাৰ । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি এনেদৰে গৰুৰ বজাৰ গঢ়ি তোলাৰ অভিযোগ বজৰং দলৰ । শাসকীয় দল বিজেপিয়েও স্বীকাৰ কৰিলে কৰিমগঞ্জত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা হোৱাৰ কথা । এই সন্দৰ্ভত কৰিমগঞ্জ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বজৰং দলৰ সদস্যই । জিলাখনত অনতি পলমে বজাৰ সমূহ বন্ধ নকৰিলে বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ লগতে কোনো অপ্ৰীতিকৰ পৰস্থিতিৰ সৃষ্টি হ'লে তাৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসন দায়ী হ'ব বুলিও উল্লেখ কৰে বজৰং দলৰ সদস্যই ।

আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ দুৰত্বত গৰুৰ বৃহৎ বজাৰ!

উল্লেখ্য যে, জিলাখনৰ সৰ্ববৃহৎ বজাৰখন সুতাৰকান্দি সীমান্তৰ চাৰি কিলোমিটাৰৰ ভিতৰতে চলি থকাৰো অভিযোগ তুলিছে স্থানীয় লোকসকলে । আনহাতে ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিৰ পৰা ফকিৰা বজাৰৰ এই গৰু বজাৰৰ দুৰত্ব মাথো চাৰি কিলোমিটাৰ । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰাৰ প্ৰশাসনক ধিক্কাৰ জনাই বজৰং দলে ।

Intro:ইটিভি ভাৰতৰ ষ্ট্ৰীঙ অপাৰেশনত প্ৰকাশ্য আহিল আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ এলাকাত গবাদি পসুৰ বজাৰ Body:SLUG: BIG COW MARKET WITHIN 4 KILOMETRE OF BORDER, KARIMGANJ
কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ চাৰি কিলোমিটাৰ নিলগত গৰুৰ বৃহত্ বজাৰ । আমাৰ গোপন কেমেৰাত বন্ধি হল সেই অবৈধ বজাৰৰ দৃশ্য । দুই-চাৰিটা নহয় প্ৰায় পাঁচ শতাধীক গৰু মজুত আছে এই বজাৰত । ক্ৰেতাও আছে হেজাৰৰো অধিক । চুপ্ৰীম কোৰ্টৰ নিৰ্দেশক অমান্য কৰি সীমান্ত এলাকাত এই বিশাল গৰুৰ বজাৰ চলি থাকিলেও নিৰ্বিকাৰ জিলা প্ৰশাসন । শাসকীয় দল বিজেপিয়েও স্বীকাৰ কৰিলে কৰিমগঞ্জত চুপ্ৰীম কোৰ্টৰ নিৰ্দেশ উলংঘা হোৱাৰ কথা । বজৰং দলে কৰিমগঞ্জ প্ৰশাসনৰ বিৰদ্ধে ব্যাপক ক্ষোভ উজাৰিলে । কলে, অতি পলমে বজাৰ সমূহ বন্ধ কৰা নহলে জিলাখনত বৃহত্তৰ আন্দোলন গড়ি তোলিত । কোনও অপ্ৰতিকৰ পৰস্থিতিৰ সৃষ্ঠি হলে ইয়াৰ বাৱে জগৰিয়া থাকিব কৰিমগঞ্জৰ প্ৰসাসন । কৰিমগঞ্জ সদৰ থানা এলাকাত এনে বৃহত্ বজাৰ চলি থকাৰ বাৱে বজৰং দলৰ সদস্যয় বিশেষকৈ থানাৰ ওচিৰ উপৰত ক্ষোব উজাৰে ।
আন্তৰ্জাতিক সীমান্তৰ ২০ কিলোমিটাৰ এলাকাত কোনও গবাদি পসুৰ বজাৰ নবহুৱাৰ বাৱে দেশ সৰ্বোচ্চ ন্যায়ালতে নিৰ্দেশ জাড়ি কৰি ৰাখিছে । কিন্তু এনে নিৰ্দেশক অমান্য কৰি কৰিমগঞ্জ জিলাৰ বহু ঠাইত সীমান্তৰ ৫-৬ কিলোমিটাৰ এলাকাত চলি আছে বজাৰ । আনকি জিলাৰ সৰ্ববৃহত্ বজাৰখন সুতাৰকান্দি সীমান্তৰ চাৰি কিলোমিটাৰৰ ভিতৰতে চলি আছে । ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিৰ পৰা ফকিৰা বজাৰৰ এই গৰু বজাৰৰ দুত্ব মাথৌ চাৰি কিলোমিটাৰ । এই বজাৰত চলিল আমাৰ স্ট্ৰীং অপাৰেচন । দৃশ্যলৈ মন কৰক, এয়া যেন এটা মেলাৰ দৃশ্য । পাঁচ শতাধীক গৰু মজুত কৰি ৰখা বজাৰটোত বহিচে চা আইচক্ৰিৰ দোকানো । শাৰি শাৰিকৈ ৰখা আছে শতাধীক বাইক আৰু গাড়ি । সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অবমাননা কৰি কৰিমগঞ্জ সদৰ থানা এলাকাত এনে বৃহত্ চলি থাকিলেও চখু মুদি ৰাখিছে আৰক্ষিয়ে । এনে ঘটনা লৈ শাসকিয় বিজেপি দলৰ নেতা মিশন ৰঞ্জৰ দাসে ক্ষোভ ব্যক্ত কৰি কয়, কৰিমগঞ্জ জিলা এই ঘটনাৰ ভূক্তভোগী জিলা । বজাৰৰ পৰা গৰু ক্ৰয় কৰি পাচাৰৰ ফলত গৰুৰ দাম অতিৰিক্ত বৃদ্ধি পাইছে । কৃষকে ক্ষেতিৰ বাৱে ব্যবহাৰ কৰিব পাৰা নাই ।
সীমান্তত গৰু বজাৰ চলি থকা লৈ ব্যাপক ক্ষোভ প্ৰকাশ কৰে বজৰং দলৰ সদস্যয় । কয়, এনে অবৈধ বজাৰ দু-এদিনৰ ভিতৰত বন্ধ নহলে জিলা জুড়ি ব্যাপকভাবে আন্দোলন গড়ি থোলা হব । কৰিমগঞ্জ সদৰ থানাৰ ওচি এই ক্ষেত্ৰত সম্পূৰ্ণ নিমাত ভূমিকা পালন কৰি আছে । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অবমাননা কৰা প্ৰশানক ধিক্কাৰ জনায় । এনে বজাৰ বন্ধ নহলে বজৰং দলৰ গোৰক্ষক সকল পথাত নামি আন্দোলন কৰিব । ইয়াৰ বাৱে আইন শৃংখলা পৰিস্থিতিৰ অবনতি সম্পূৰ্ণবাবে দায়ী থাকিব জিলা আৰু আৰক্ষী প্ৰসাসনক ভাবুকি প্ৰদান কৰে সদস্যগৰাকিয়ে ।
Conclusion:আমি বাস্তৱ দৃশ্য দাঙি ধৰিলো।পিছে কি ব্যৱস্থা লয় প্ৰশাসনে এয়াই হব লক্ষ্যণীয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.