ETV Bharat / state

কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত ২১০ পেকেট বিড়িসহ অট' জব্দ - কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত ২১০ পেকেট বিড়িসহ অট' জব্দ

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত বিড়ি ভৰ্তি অটো জব্দ । সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ ২১০ পেকেট বিড়ি । অবৈধভাৱে বাংলাদেশলৈ সৰবৰাহৰ বাবে বিড়িখিনি নিয়া হৈছিল ।

কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত ২১০পেকেট বিড়িসহ অটো জব্দ

author img

By

Published : Sep 1, 2020, 2:08 PM IST

কৰিমগঞ্জ,১ছেপ্টেম্বৰ: কৰ'ণা মহামাৰীৰ বিভীষিকাৰ মাজতো অবৈধ সৰবৰাহকাৰীয়ে চলাই আছে চোৰাং বিড়িৰ ৰমৰমীয়া বেহা। কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ বাগৰসাঙত সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ ২১০ পেকেট বিড়ি সহ এখন অটো। জব্দকৃত বিড়িখিনিৰ বজাৰ মূল্য ৯৫,০০০টকাৰো অধিক। বাংলাদেশলৈ সৰবৰাহৰ বাবে অবৈধভাৱে নিয়া হৈছিল বিড়িখিনি।

কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত ২১০পেকেট বিড়িসহ অটো জব্দ
কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত ২১০পেকেট বিড়িসহ অটো জব্দ

সীমান্ত সুৰক্ষা বাহিনীয়ে বিড়িসহ অটোখন জব্দ কৰে যদিও সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। জব্দকৃত বিডিখিনি সীমান্ত সুৰক্ষা বাহিনীয়ে কৰিমগঞ্জ শুল্ক বিভাগৰ হাতত গতাই দিয়ে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.