ETV Bharat / state

চৰকাৰী নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ শ্ৰগৌৰী কুঞ্জময়ী চৰকাৰী মধ্যবঙ্গ বালিকা বিদ্যালয়ৰ - Etv Bharat

চৰকাৰী নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ বদৰপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ শ্ৰগৌৰী কুঞ্জময়ী চৰকাৰী মধ্যবঙ্গ বালিকা বিদ্যালয়ৰ৷ জৰাজীৰ্ণ বিদ্যালয়ৰ আন্তঃগাথনি ৷

চৰকাৰী নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ শ্ৰগৌৰী কুঞ্জময়ী চৰকাৰী মধ্যবঙ্গ ৱালিকা বিদ্যালয়ৰ
author img

By

Published : Jun 20, 2019, 7:54 AM IST

বদৰপুৰ, 20 জুন : শ্ৰগৌৰী কুঞ্জময়ী সৰকাৰী মধ্যবঙ্গ বালিকা বিদ্যালয়ত পঞ্চাশ গৰাকী ছাত্ৰীৰ বিপৰীতে শিক্ষক মাত্ৰ চাৰিজন । ইয়াৰে দুজন শিক্ষক বিদ্যালয়ত অনুপস্থিত । দীৰ্ঘদিনৰ পৰা ৱন্ধ আছে মিড ডে মিল । বিদ্যালয়খনৰ আন্তঃগাথনি জৰাৰ্জীণ । বিদ্যালয়ৰ সমুখত বোকা পানী । বৰষুণ হ'লে পাকঘৰত জমা হয় একাঁঠু পৰ্যন্ত পানী । প্ৰধান শিক্ষকৰ কথা মতে চলে বিদ্যালয়ৰ পাঠদানৰ সময় ৷ কোনোবা দিন বিদ্যালয়ত যদি উপস্থিত নাথাকে শিক্ষক, কোনোবা দিনা আকৌ প্ৰধান শিক্ষকৰ কথা মতে দিনৰ বাৰ বজাতে বন্ধ হয় বিদ্যালয় ৷

Intro:ৱদৰপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত কিছু মান সৰকাৰী প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ গতি নিম্ন মানৰ:: অভিযোগ ৰাইজৰ Body:ৱদৰপুৰ: :- ৱদৰপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত কিছু সৰকাৰী প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ শুনা হাল ৱেহাল । কথিতয় ৱিদ্যালয়ত শিক্ষকৰ উপস্থিতি কম আৰু কিছু মান ৱিদ্যালয় দশ টা ৱজাত পাঠ দান আৰম্ভ হয় আৰু ৱাৰো ৱজাত ছুটি দি দিয়ে ।এনে এটা ৱিদ্যালয়ৰ ৰাইজৰ অভিযোগ অনুসৰি আজি শ্ৰগৌৰী কুঞ্জময়ী সৰকাৰী মধ্যবঙ্গ ৱালিকা বিদ্যালয়ত অভিযান চলাই দেখা পালো ৱিদ্যালয় ছুটি হৈ গল । আমি উপস্থিত দুজন মেডাম ক শুধিলে উত্তৰ দিলে আজি হেড স্যাৰ ক'লে ৱাৰোটা ৱজাত ছুটি দিবলৈ । গৰ হাজিৰ হেড স্যাৰ আৰু ৱিঞ্জান শিক্ষক ।পঞ্চাশ জন ছাত্ৰীৰ মাজত চাৰি জন শিক্ষক ।তাৰ উপৰি দুজন অনুপস্থিত ।দীৰ্ঘ দিনৰ পৰা ৱনধ আছে মিড ডে মিল । আজি ছাত্ৰ ছাত্ৰীৰ এখন ৱিস্কুট আৰু এটা কল দি দায়িত্ব সামৰিলে ।নাই ৱিদ্যালয় খনৰ আন্তঃগাঁথনি ।ৱিদ্যালয়ৰ সমুখত ৱোকা পানী । ৱৰষুণত পাকঘৰত জমা হয় অহাটু পানী । ৱিদ্যালয় খনৰ ৱিৰোদ্দে ৱ্যৱস্হা লৱলৈ শিক্ষা মন্ত্ৰী দৃষ্টি আকৰ্ষণ কামনা কৰিলে ৰাইজে। এনেদৰেই চলিয়াছে ৱদৰপুৰ শিক্ষা খণ্ডৰ ৱিদ্যালয় সমুহ ।শিক্ষা মন্ত্ৰী সকিয়নি কামত নাহে ৱদৰপুৰত। Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.