ETV Bharat / state

বদৰপুৰত এন আৰ চিৰ বাবে এজন বৃদ্ধৰ প্ৰাণ যোৱাৰ সন্দেহ

author img

By

Published : Sep 1, 2019, 8:27 PM IST

Updated : Sep 1, 2019, 11:10 PM IST

এন আৰ চিৰ চূড়ান্ত তালিকাত নাম নহাৰ বাবেই দেওবাৰে পুৱাই বদৰপুৰ বিধানসভা এলেকাৰ দক্ষিণ বদৰপুৰৰ এজন বৃদ্ধই মৃত্যুক সাৱটি লোৱাৰ অভিযোগ পৰিয়ালবৰ্গৰ ৷

এন আৰ চিৰ বাবে এজন বৃদ্ধৰ প্ৰাণ যোৱাৰ সন্দেহ

বদৰপুৰ,1 ছেপ্টেম্বৰঃ শনিবাৰে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতে বদৰপুৰত অঘটন ৷ বদৰপুৰত এন আৰ চিৰ বলি হোৱাৰ সন্দেহ এজনৰ ৷ অভিযোগ মতে,এন আৰ চি তালিকাত নাম নহাৰ বাবেই বদৰপুৰ বিধানসভা এলাকাৰ দক্ষিণ বদৰপুৰ জিপিৰ খলা গ্ৰামৰ এজন দৰিদ্ৰ বৃদ্ধই মৃত্যুক সাৱটি ল'লে ৷ মৃত্যু হোৱা বৃদ্ধাগৰাকীৰ নাম ফয়জুৰ ৰহমান । পৰিয়ালৰ অভিযোগ অনুসৰি, এন আৰ চি ৰ তালিকাত তেঁওৰ এগৰাকী কন্যা সন্তানৰ বাদে আন কোনো সদস্যৰ নাম অহা নাছিল ৷ এই কথাতে মানসিকভাৱে ভাগি পৰে বৃদ্ধাগৰাকী আৰু দেওবাৰে পুৱাই তেঁওক মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালবৰ্গই ৷

বদৰপুৰত এন আৰ চি

Intro:বদৰপুৰত NRC বলি এজন। Body:বদৰপুৰ:- এন আৰ চি তালিকাত নাম না অহাৰ ভাৱে আজি পোয়া বদৰপুৰ বিধানসভা এলাকাৰ দক্ষিণ বদৰপুৰ জিপি ৰ খলা গ্ৰামৰ এজন হত দৰিদ্ৰ বৃদ্ধ মৃত্যুৰ সাৱতি ললে । বৃদ্ধৰ নাম ফয়জুৰ ৰহমান । বয়স 58 । পেশাত এজন ভীকাৰী। আট জনীয়া সদস্যৰ এটা পৰিয়ালৰ এক মাত্ৰ উপাৰ্জন কাৰী ফয়জুৰ ৰহমান । তেওঁৰ দুটা পাগল লৰা আৰু চাৰি টা ছোৱালী আছে । পৰিয়ালৰ অভিযোগ অনুসৰি যোয়াবাৰ এন আৰ চি নামৰ ভাৱে তেওঁ আবেদন কৰিছিল কিন্তু যোৱাকালি এন আৰ চি তালিকা প্ৰকাশ হওঁতে তেওঁৰ পৰিয়ালৰ এজনৰ ছোৱালীৰ নাম আহিছে আৰু বাকী ও কাৰও নাম ওহা নাই। এই খবৰ পাই অসহায় বৃদ্ধ মানসিক ভাবে ভাগি পৰিছিল । ভাত পানী না খাই ৰাতি ফুইআছিল । আজি পোয়াত মৃত্যুৰ সাৱতি ললে তেওঁ । ফয়জুৰ ৰহমানৰ দেউতা আৰফিজ আলীৰ নাম 1958 সালৰ ভোটাৰ তালিকা আছে । 1960 সালৰ ঘৰৰ দলীল আছে । তাৰ পিছত ও তেওঁৰ নাম কিয় এন আৰ চি তালিকাত স্হান পোয়া নাই। তেওঁৰ চাৰি জনি ছোৱালী কান্দনত ভাগি পৰি ই টিভি আগত কলে তেওঁৰ দেউতাৰ মৃত্যুৰ ভাৱে এন আৰ চি কৰ্তৃপক্ষ দায়ী। ভীক্ষুক দেউতাৰ মৃত্যুৰ ভাৱে গোটা পৰিয়াল আজি ছাৰখাৰ হৈ গল তেওঁৰ এই পৰিয়ালৰ সুবিচাৰৰ ভাৱে আৰু সাহায্যৰ ভাৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিৰ হস্তক্ষেপ কামনা কৰিছে ।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:বদৰপুৰৰ পৰা স্বপ্নজিৎ নাথৰ
Last Updated : Sep 1, 2019, 11:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.