ETV Bharat / state

কৰিমগঞ্জত কৰুণ ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ নিহত কিশোৰ

উল্লেখ্য যে ৰাজুক উদ্ধাৰ বাবে যাওঁতে গুৰুতৰভাৱে আহত হয় অসীম শুক্লবৈদ্য ৷

author img

By

Published : Jun 5, 2019, 7:54 PM IST

কৰিমগঞ্জত কৰুণ ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ নিহত এটি কিশোৰ

কৰিমগঞ্জ, 5 জুনঃ বুধবাৰে কৰিমগঞ্জৰ সাধুকুটি গাঁৱত সংঘটিত এক কৰুণ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ নিহত হয় ৰাজু শুক্লবৈদ্য নামৰ এজন 13 বছৰীয়া কিশোৰ লগতে গুৰুতৰভাৱে আহত হয় অসীম শুক্লবৈদ্য ৷ ঘটনা সন্দৰ্ভত তথ্য অনুসৰি বুধবাৰে ৰাজু শুক্লবৈদ্য নামৰ কিশোৰজনে পুখুৰীত গা ধুবলৈ যাওঁতে পুখুৰীৰ পাৰত থকা এটা বিদ্যুত পৰিবাহী খুটাত স্পৰ্শ হৈ চটফটাই থকা দেখে অসীম শুক্লবৈদ্যই৷

আৰু পঢ়কঃ দেৰগাঁৱত বেংকৰ ভুৱা মেনেজাৰঃ ঋণৰ প্ৰলোভণেৰে লুটিলে গাঁঁওবাসীক

ৰাজুক উদ্ধাৰ বাবে যাওঁতে গুৰুতৰভাৱে আহত হয় অসীম শুক্লবৈদ্য ৷ বৰ্তমান মাকুন্দা খ্ৰীষ্টান মিছনেৰী হাস্পাটালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অসীম শুক্লবৈদ্য৷ লগতে বাজাৰিছড়া আৰক্ষীয়ে ৰাজু শুক্লবৈদ্যৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

Intro:Body:SLUG-DEATH INCIDENT.KARIMGANJ.

কৰিমগঞ্জৰ সাধুকুটি গাঁওত অঘটন ঘটিছে।
বিদ্যুতৰ সংস্পৰ্শত এজন নিহত, আহত আন এজন ।
নিহত হৈছে ৰাজু শুক্লবৈদ্য নামৰ তেৰ বছৰীয়া কিশোৰ ।
আহত হৈছে অসীম শুক্লবৈদ্য নামৰ চৈধ্য বছৰীয়া আন এক কিশোৰ ।
পুখুৰীত গা ধুবলৈ যাওঁতে সংঘটিত হৈছে অঘটন ।
পুখুৰীৰ পাৰত আছিল এটা বৈদ্যুতিক খুটা ।
খুটা টানা দিয়া তাৰডালত বিদ্যুতৰ সংযোগ ঘটিছিল ।
প্ৰথমতে ৰাজু শুক্লবৈদ্যক পুখুৰীত চটফটাই আছে দেখি উদ্ধাৰ কৰিব গৈ বিদ্যুতৰ সংস্পৰ্শত আহিছিল অসীম শুক্লবৈদ্য ।
অসীম শুক্লবৈদ্য বৰ্তমানে মাকুন্দা খ্ৰীষ্টান মিছনেৰী হস্পিটালত সংকটজনক অৱস্থাৰ চিকিতসাধীন ।
ৰাজু শুক্লবৈদ্যৰ মৃতদেহ বাজাৰিছড়া আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষা ৰ বাবে প্ৰেৰণ কৰিছে ।ঘটনাক লৈ এক শোকাবল পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত।প্ৰিমিয়াৰ এণ্টাৰপ্ৰাইজ নামৰ এটা কোম্পানীয়ে দিন দয়াল উপাধ্যয় গ্ৰাম জ্যোতি যোজনাৰ অধীনত যোৱা কেইদিন পূৰ্বে গ্ৰামখনত বিদ্যুৎ সংযোগ দিছিল নিম্নমানৰ সমগ্ৰীৰে আৰু তাৰ বাবেই এই ঘটনা সংগঠিত হোৱাৰ অভিযোগ ৰাইজৰ।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰীৰ সহযোগত কৰিমগঞ্জৰ পৰা ৰাম চক্ৰৱৰ্তী ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.