ETV Bharat / state

কৰিমগঞ্জত বেংক বিষয়াৰ গাফিলতিত গ্ৰাহকৰ হাৰাশাস্তি!!

author img

By

Published : May 8, 2019, 6:19 PM IST

বেংকটোৰ মেনেজাৰক বহুদিনৰে পৰা এই অভিযোগ দি আহিছে যদিও কোনো সঁহাৰি পোৱা নাই গ্ৰাহকসকলে ।

বেংক বিষয়াৰ গাফিলতিত গ্ৰাহকৰ হাৰাশাস্তি

কৰিমগঞ্জ, ৮ মেঃ দক্ষিণ কৰিমগঞ্জৰ অসম গ্ৰামীণ বিকাশ বেংকৰ একাংশ বেংক বিষয়াৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ । কৰিমগঞ্জৰ অসম গ্ৰামীণ বিকাশ বেংকৰ গান্ধাই শাখাত দীৰ্ঘদিনৰ পৰা একাংশ বেংক কৰ্মচাৰীয়ে গ্ৰাহকক হাৰাশাস্তি দি অহাৰ অভিযোগ গ্ৰাহকসকলৰ। দিনৰ দিনটো শাৰি পাতিও লেন-দেন কৰিব নোৱাৰে বুলি মন্তব্য গ্ৰাহকসকলৰ ৷ উল্লেখ্য যে,বেংকটোৰ মেনেজাৰক বহুদিনৰে পৰা এই অভিযোগ দি আহিছে যদিও কোনো সহাৰি পোৱা নাই গ্ৰাহকসকলে। উপায়ন্তৰ হৈ গ্ৰাহকসকলে এই অভিযোগ বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক জনাম বুলি কোৱাৰ স্বত্বেও মেনেজাৰে গা এৰা মন্তব্য দিয়াত ক্ষুব্ধ হৈ পৰে গ্ৰাহকসকল।

অধিক পঢ়িবলৈ-মাজুলীত "ব্ৰহ্মপুত্ৰ বৰ্ডৰ" বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ !

Intro:দক্ষিণ কৰিমগঞ্জৰ আসাম গ্রামিণ বিকাশ ব্যাংকৰ গান্ধাই শাখাত গ্রাহক হয়ৰনিৰ অভিযোগ। ব্যাংক কতৃপক্ষেৰ চুড়ান্ত গাফিলতি কৰণত অচল অবস্থা দেখাদিয়েছে ।প্রায় দুই হেজাৰ গ্রাহকর মাজত মাত্র দুই জন কর্মীক কাম কৰিয়াছে.....।
এই হন্দৰবত ব্যাংক মেনেজাৰে কয় উর্ধতন কর্তৃপক্ষ লগতে গ্রাহকে অভিযোগ উত্থাপন কৰক এতে কোন বাধা আপত্তি নেই.........
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Body:দক্ষিণ কৰিমগঞ্জৰ আসাম গ্রামিণ বিকাশ ব্যাংকৰ গান্ধাই শাখাত গ্রাহক হয়ৰনিৰ অভিযোগ। ব্যাংক কতৃপক্ষেৰ চুড়ান্ত গাফিলতি কৰণত অচল অবস্থা দেখাদিয়েছে ।প্রায় দুই হেজাৰ গ্রাহকর মাজত মাত্র দুই জন কর্মীক কাম কৰিয়াছে.....।
এই হন্দৰবত ব্যাংক মেনেজাৰে কয় উর্ধতন কর্তৃপক্ষ লগতে গ্রাহকে অভিযোগ উত্থাপন কৰক এতে কোন বাধা আপত্তি নেই.........
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:দক্ষিণ কৰিমগঞ্জৰ আসাম গ্রামিণ বিকাশ ব্যাংকৰ গান্ধাই শাখাত গ্রাহক হয়ৰনিৰ অভিযোগ। ব্যাংক কতৃপক্ষেৰ চুড়ান্ত গাফিলতি কৰণত অচল অবস্থা দেখাদিয়েছে ।প্রায় দুই হেজাৰ গ্রাহকর মাজত মাত্র দুই জন কর্মীক কাম কৰিয়াছে.....।
এই হন্দৰবত ব্যাংক মেনেজাৰে কয় উর্ধতন কর্তৃপক্ষ লগতে গ্রাহকে অভিযোগ উত্থাপন কৰক এতে কোন বাধা আপত্তি নেই.........
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.