ETV Bharat / state

কৃত্ৰিম বানৰ কবলত কৰিমগঞ্জ চহৰ - কৃষ্ণেন্দু পাল

কৰিমগঞ্জৰ বুবৰিঘাট চাহ বাগিচাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোত শনিবাৰে নিশাৰ ভাগত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত পুনৰ কৃত্ৰিম বানত ডুব যায় ৷ চহৰখনৰ পৰা পানী নিষ্কাষণৰ কোনো উপযুক্ত ব্যৱস্থা নথকাত এই সমস্যাৰ সৃষ্টি হৈছে ৷

Artificial flood in karimganj assam etv bharat news
কৃত্ৰিম বানৰ কবলত কৰিমগঞ্জ চহৰ
author img

By

Published : Aug 30, 2020, 4:08 PM IST

কৰিমগঞ্জ,30 আগষ্ট: প্ৰতিবছৰৰ দৰে এইবছৰো প্ৰলংয়কাৰী বানে বিভীষিকা সৃষ্টি কৰিছিল ৰাজ্যত ৷ তৎসত্বেও এইবৰ্ষৰ বানৰ কবলৰ পৰা ৰক্ষা পৰিছিল বৰাক উপত্যকা ৷ কিন্তু শেহতীয়াভাৱে কৃত্ৰিম বানৰ কবলত পৰিছে কৰিমগঞ্জ চহৰ ৷ বহু বছৰ ধৰি চহৰখনৰ একাংশ এলেকা কৃত্ৰিম বানৰ কবলত পৰি আহিছে যদিও এই সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা হোৱা নাই কোনো সু-ব্যৱস্থা ৷ সেয়ে এজাক বৰষুণতে কৃত্ৰিম বানৰ কবলত পৰে চহৰখনৰ কেইবাটাও বাসগৃহ ৷ জিলাখনৰ বুবৰিঘাট চাহ বাগিচা অঞ্চলত দেখা গৈছে এই কৃত্ৰিম বানৰ সমস্যা ৷ বিষয়টো সন্দৰ্ভত স্থানীয় ৰাইজে বিধায়ক কৃষ্ণেন্দু পালক অৱগত কৰিও লাভ কৰা নাই কোনো সুফল ৷ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোত শনিবাৰে নিশাৰ ভাগত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত পুনৰ কৃত্ৰিম বানত ডুব যায় ৷ উল্লেখ্য যে, চহৰখনৰ পৰা পানী নিষ্কাষণৰ কোনো উপযুক্ত ব্যৱস্থা নথকাত এই সমস্যাৰ সৃষ্টি হৈছে ৷

কৃত্ৰিম বানৰ কবলত কৰিমগঞ্জ চহৰ

লগতে চাওকঃ কৰ’ণা প্ৰতিৰোধ কৰাত ব্যৰ্থ ভাৰত: ডাঃ নভনীল বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.