ETV Bharat / state

বিদ্যালয়ৰ ধন আত্মসাতঃ কৰিমগঞ্জত প্ৰধান শিক্ষককে ধৰি তিনিজনক গ্ৰেপ্তাৰ - বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মাণ

অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ওৱাহাব , বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীৰ স্বামী আব্দুল হাই আৰু কনিষ্ঠ অভিযন্তা অনুপম ৰায়ে শ্ৰেণীকোঠা নিৰ্মাণৰ কোনো কাম সম্পূৰ্ণ নকৰি আৱণ্টিত সমুদায় ধন উদৰস্থ কৰে ৷ ইয়াৰ পাচতে এই অভিযোগ উত্থাপন কৰি এজন লোকে কৰিমগঞ্জৰ আদালতৰ কাষ চাপে ৷

ধন আত্মসাতৰ আভিযোগত অধ্যাপক সহ দুজন লোক গ্ৰেপ্তাৰ
author img

By

Published : May 14, 2019, 9:15 AM IST

দক্ষিণ কৰিমগঞ্জ , 14 মে' : দক্ষিণ কৰিমগঞ্জত বিদ্যালয়ৰ ধন আত্মসাতৰ অভিযোগত প্ৰধান শিক্ষকৰ লগতে কনিষ্ঠ অভিযন্তা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীৰ স্বামীক আটক ৷ সোমবাৰে নিশা নিলামবজাৰ থানাৰ আৰক্ষী বিষয়া চাহাব উদ্দিন বৰভূঞৱাৰ অভিযানত আটক কৰা হয় আটাইকেইজনক ৷

আটক প্ৰধান শিক্ষককে ধৰি আন দুজনক

কৰিমগঞ্জ শিক্ষা খণ্ডৰ অধীনত 481 নং সাতকসাগুল এলপি স্কুলৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ নামত 5 লাখ টকা আৱণ্টন দিয়া হৈছিল ৷ কিন্তু অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ওৱাহাব , বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীৰ স্বামী আব্দুল হাই আৰু কনিষ্ঠ অভিযন্তা অনুপম ৰায়ে শ্ৰেণীকোঠা নিৰ্মাণৰ কোনো কাম সম্পূৰ্ণ নকৰি আৱণ্টিত সমুদায় ধন উদৰস্থ কৰে ৷ ইয়াৰ পাচতে এই অভিযোগ উত্থাপন কৰি এজন লোকে কৰিমগঞ্জৰ আদালতৰ কাষ চাপে ৷ এই অভিযোগৰ ভিত্তিতে সোমবাৰে নিশা নিলামবজাৰ আৰক্ষীয়ে তিনিও অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

Intro:Additional class room নিৰ্মাণ নামত পাচ লক্ষ্য টাকা আত্মসাৎৰ অভিযোগত গেপ্তাৰ স্কুলেৰ প্রধান শিক্ষক আব্দুল ওয়াহাব, জুনিৱৰ ইজ্ঞিনিৱাৰ ( junior engineer) অনুপম রায়
আৰু স্কুল পৰিচালনা কমিটিৰ সভানেত্ৰীৰ স্বামী আব্দুল হাই। সমবাৰ ৰাতি নিলামবাজাৰ আরক্ষী বিষৱা সাহাব উদ্দিন বড়ভুঁইয়া এক অভিযান চলাই আটক কৰে।
দক্ষিণ কৰিমগঞ্জ শিক্ষা খণ্ডেল অধিনত 481 নং সাতকসাগুল এলপি স্কুলৰ অতিরিক্ত ঘৰ নিৰ্মাণৰ কৰণত সর্বশিক্ষা পরা প্রাৱ পাচ লক্ষ্য টাকা বৰাদ্ব করা হয়েছে। কিন্ত কোন কাম না কৰি সম্পূৰ্ণ টাকা উধাও কৰা হল। এই অভিযোগ উত্থাপন কৰি কৰিমগঞ্জ আদালতেৰ কাক চাপে এজন ব্যক্তি।
এই হন্দৰবত নিলামবাজাৰ থানাৰ আৰক্ষী বিষয়া সাহাব উদ্দিন বড়ভুঁইয়া কয়...........
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ 14-5-19Body:Additional class room নিৰ্মাণ নামত পাচ লক্ষ্য টাকা আত্মসাৎৰ অভিযোগত গেপ্তাৰ স্কুলেৰ প্রধান শিক্ষক আব্দুল ওয়াহাব, জুনিৱৰ ইজ্ঞিনিৱাৰ ( junior engineer) অনুপম রায়
আৰু স্কুল পৰিচালনা কমিটিৰ সভানেত্ৰীৰ স্বামী আব্দুল হাই। সমবাৰ ৰাতি নিলামবাজাৰ আরক্ষী বিষৱা সাহাব উদ্দিন বড়ভুঁইয়া এক অভিযান চলাই আটক কৰে।
দক্ষিণ কৰিমগঞ্জ শিক্ষা খণ্ডেল অধিনত 481 নং সাতকসাগুল এলপি স্কুলৰ অতিরিক্ত ঘৰ নিৰ্মাণৰ কৰণত সর্বশিক্ষা পরা প্রাৱ পাচ লক্ষ্য টাকা বৰাদ্ব করা হয়েছে। কিন্ত কোন কাম না কৰি সম্পূৰ্ণ টাকা উধাও কৰা হল। এই অভিযোগ উত্থাপন কৰি কৰিমগঞ্জ আদালতেৰ কাক চাপে এজন ব্যক্তি।
এই হন্দৰবত নিলামবাজাৰ থানাৰ আৰক্ষী বিষয়া সাহাব উদ্দিন বড়ভুঁইয়া কয়...........
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ 14-5-19Conclusion:Additional class room নিৰ্মাণ নামত পাচ লক্ষ্য টাকা আত্মসাৎৰ অভিযোগত গেপ্তাৰ স্কুলেৰ প্রধান শিক্ষক আব্দুল ওয়াহাব, জুনিৱৰ ইজ্ঞিনিৱাৰ ( junior engineer) অনুপম রায়
আৰু স্কুল পৰিচালনা কমিটিৰ সভানেত্ৰীৰ স্বামী আব্দুল হাই। সমবাৰ ৰাতি নিলামবাজাৰ আরক্ষী বিষৱা সাহাব উদ্দিন বড়ভুঁইয়া এক অভিযান চলাই আটক কৰে।
দক্ষিণ কৰিমগঞ্জ শিক্ষা খণ্ডেল অধিনত 481 নং সাতকসাগুল এলপি স্কুলৰ অতিরিক্ত ঘৰ নিৰ্মাণৰ কৰণত সর্বশিক্ষা পরা প্রাৱ পাচ লক্ষ্য টাকা বৰাদ্ব করা হয়েছে। কিন্ত কোন কাম না কৰি সম্পূৰ্ণ টাকা উধাও কৰা হল। এই অভিযোগ উত্থাপন কৰি কৰিমগঞ্জ আদালতেৰ কাক চাপে এজন ব্যক্তি।
এই হন্দৰবত নিলামবাজাৰ থানাৰ আৰক্ষী বিষয়া সাহাব উদ্দিন বড়ভুঁইয়া কয়...........
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ 14-5-19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.