ETV Bharat / state

প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ হিন্দু সুৰক্ষা সেনা আৰু অসম বঙালি বিজেপি নেতাৰ

author img

By

Published : Dec 5, 2019, 10:09 PM IST

প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ হিন্দু সুৰক্ষা সেনা আৰু অসম বঙালি বিজেপি নেতাৰ ৷ অসমত অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়া মন্তব্যৰ বিৰুদ্ধে গোচৰ ৷

pradip dutta rai
প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ

নিউজ ডেক্স , 5 ডিচেম্বৰ : হিন্দু সুৰক্ষা সেনাৰ নলবাৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৷ প্ৰদীপ দত্ত ৰায়, চন্দন চেটাৰ্জী আৰু গাৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ অসমত অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়া বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে হিন্দু সুৰক্ষা সেনাৰ এজাহাৰ দাখিল । ইফালে ফেচবুকত এক দীঘলীয়া ভিডিঅ' আপলোড কৰি অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে নামানিবলৈ উচতনিমুলক মন্তব্য দিয়া আন এজন বঙালী নেতা চন্দন চেটাৰ্জী আৰু গাৰ্গ চেটাৰ্জীৰ বিৰুদ্ধেও গোচৰ তৰিলে সংগঠনটোৱে ।

প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ

আনহাতে অসমৰ বঙালি বিজেপি নেতাৰ তীব্ৰ গৰিহনা বৰাকৰ স্বয়ম্ভু নেতা প্ৰদীপ দত্ত ৰায় বিৰুদ্ধে । প্ৰদেশ বিজেপিৰ মুখপাত্ৰ তথা অসমৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ ভাইচ চেয়াৰমেন ৰামকৃষ্ণ ঘোষে কয়, অসমৰ ভাষা, সংস্কৃতি, ধৰ্ম ৰক্ষা কৰাৰ সময়তে এইগৰাকী নেতাই জুই লগাই দিছে । তেওঁ বিজেপিৰ নেতা নহয়, কিছু সংবাদ মাধ্যমত বিজেপি নেতা বুলি উপস্থাপন কৰাটোৰো বিৰোধিতা তেওঁ । 1 বছৰ পূৰ্বে তেঁওক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছে । ৰামকৃষ্ণ ঘোষে কয় গৃহমন্ত্ৰী অমিত শ্বাহেও বঙালিৰ স্বাৰ্থৰ বিৰুদ্ধে মাত মতা নাই, এনেক্ষেত্ৰত কিয় প্ৰদীপ দত্ত ৰয়ে মন্তব্য কৰিবলগা হ'ল ।

প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে গোচৰ

জ্যেষ্ঠ বিজেপি নেতা তথা উদ্যোগীক উন্নয়ন পৰিষদৰ চেয়াৰমেন মিশন ৰঞ্জন দাসে কয়, প্ৰদীপ দত্ত ৰয় এগৰাকী প্ৰতিক্ৰিয়াশীল মানুহ । তেওঁ অমিত শ্বাহৰ কথা ভালকৈ বুজিব পৰা নাই অথবা অধিক বুজিছে বুলি কটাক্ষ কৰে । কেব গৃহীত কৰাৰ সময়তে অসম বিশ্ব বিদ্যালয়ৰ ছাত্ৰক দি ১৯৬১ৰ দৰে ভাষা আন্দোলন কৰোৱাৰ মন্তব্য গৰিহনাৰ যোগ্য বুলি কয় । তেঁওৰ এনে মন্তব্যই ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক প্ৰভাৱ পেলাইছে বুলিও কয় । বৰাক উপত্যকাত কোনও যাতে তেওঁৰ মন্তব্য অনুসৰণ কৰি আন্দোলনৰ ফালে নাযায় তাৰ বাবে আহ্বান জনায় মিশন ৰঞ্জন দাসে ।

আৰু পঢ়ক : উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

Intro:প্ৰদীপ দত্ত ৰায়,চন্দন চেটাৰ্জী আৰু গাৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ।Body:দিনচেৰেক পূৰ্বে অসমত অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়া বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে হিন্দু সুৰক্ষা সেনা ৰ নলবাৰী সদৰ আৰক্ষী থানাত এজাহাৰ।ইফালে ফেচবুকত এক দীঘলীয়া ভিডিঅ' আপলোড কৰি অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে নামানিবলৈ উচতনিমুলক মন্তব্য দিয়া আনএজন বাঙালী নেতা চন্দন চেটাৰ্জীৰ বিৰুদ্ধেও গোচৰ তৰিলে সংগঠনটিয়ে।গাৰ্গ চেটাৰ্জীৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিলে হিন্দু সুৰক্ষা সেনাই।
Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.