ETV Bharat / state

কৰিমগঞ্জত আটক দুই আফগান নাগৰিক

কৰিমগঞ্জৰ পাথাৰকান্দিত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই আফগানিস্থানৰ নাগৰিকক । আটকাধীন নাগৰিক দুজন বাহাদুৰ খান আৰু শ্বেৰ খান ৷ লোকদুজনৰ প্ৰকৃত ঘৰ আফগানিস্থানৰ পাৰ্টিকা জিলাত ৷

author img

By

Published : Apr 29, 2019, 5:52 PM IST

কৰিমগঞ্জত আটক দুই আফগান নাগৰিক

কৰিমগঞ্জ, 29 এপ্ৰিলঃ কৰিমগঞ্জ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই পাথাৰকান্দি চহৰৰ মেইন ৰোডৰ মফিজুল হক তাপাদাৰ নামৰ এগৰাকী লোকৰ গৃহৰ পৰা আটক কৰে আফগান নাগৰিক দুজনক । আৰক্ষীয়ে লোক দুজনৰ পৰা ভাৰতৰ পান কার্ড, আধাৰ কার্ডসহ কেইবাখনো ভুৱা পাচবুক আৰু জন্ম নথিপত্ৰ জব্দ কৰে ৷

কৰিমগঞ্জত আটক দুই আফগান নাগৰিক

উল্লেখ্য যে, বিগত দুই বছৰ লোক দুজনে অবৈধভাৱে পাথাৰকান্দিত বসবাস কৰি আহিছিল ৷ আৰক্ষীয়ে দেওবাৰেই আফগান নাগৰিক দুজনক আটক কৰিছিল যদিও সংবাদ মাধ্যমৰ পৰা এই তথ্য গোপনে ৰখাত বৰ্তমান আৰক্ষীৰ ভূমিকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।

Intro: কি উদ্দেশ্য লৈ ৰহস্যজনক ভাবে তেওঁলোক বসবাস কৰি আহিছে এয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব পাৰেBody:কৰিমগঞ্জৰ পাথাৰকান্দিত আটক দুই আফগানীস্থানৰ নাগৰিক। গোপন সুত্রৰ ভিত্তিত পাথাৰকান্দি চহৰৰ একটা ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰে দুই আফগানী নাগৰিকক। আফগানী দুই নাগৰিকৰ ভাৰতৰ পেন কার্ড আধাৰ কার্ড সহ বিভিন্ন ব্যাঙ্কৰ পাচবুক আৰু জন্ম নথিপত্র জব্দ কৰে আৰক্ষীয়ে। বিগত দুই বছর ধৰি অবৈধভাবে পাথাৰকান্দিত বসবাস কৰি আহিছিল এই দুই নাগৰীকেক। আফগানি দুই নাগৰিক বাহাদুৰ খান আৰু শেৰ খান আফগানিস্থানৰ পার্টিকা জিলাত দুগৰাকীৰ ঘৰ।যোৱাকালি এই দুই আফগানিস্তানৰ নাগৰিকক আটক কৰিলেও সংবাদ মাধ্যমৰ আগত গোপন ৰাখিচিল আৰক্ষীয়ে কিন্তু কিয় এয়া লৈ পাথাৰকান্দি আৰক্ষীৰ ভূমিকাত ৰহস্যৰ সৃষ্টি হৈছে।

সঞ্জীত কৈৰী, পাথাৰকান্দিConclusion:কৰিমগঞ্জৰ পাথাৰকান্দিত গ্ৰেফতাৰ আফগানিস্তানৰ দুই নাগৰিক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.