ETV Bharat / state

NRC ৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন

author img

By

Published : Aug 29, 2019, 6:57 PM IST

31 আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা ৷ NRC ৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাৱে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন । তালিকা প্ৰকাশৰ পাছত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সাজু আছে আৰক্ষী প্ৰশাসন ।

NRC ৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন

কৰিমগঞ্জ, 29 আগষ্টঃ NRC ৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন ৷ জিলাখনৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ বাবে জিলা উপায়ুক্তৰ আৰক্ষী অধিক্ষক, আৰক্ষী বিষয়া আৰু সীমা সুৰক্ষা বাহীনিক লৈ বৈঠক । ইতিমধ্যে NRC সেৱা কেন্দ্ৰ সমূহত সকলো যাৱতীয় কামৰ সামৰণি পৰিছে । অৱশ্যে জিলাখনত NRC ক লৈ সাধাৰণ ৰাইজ কিছু সংকিত । বহুলোকে শুদ্ধ NRC হোৱাৰ আশা প্ৰকাশ কৰিছে যদিও বহু লোক এতিয়াও শুদ্ধ NRC প্ৰকাশ পোৱাৰ সম্ভাৱনাক লৈ সংকতি ৷ ইপিনে বহু স্থায়ী বাসিন্ধাৰ নাম অন্তৰ্ভূক্তি নোহোৱা আনফালে বহু বিদেশীৰ নাম অন্তৰ্ভূক্তি হোৱাক কেন্দ্ৰ কৰি অশান্তি সৃষ্টি হোৱাৰ সম্ভৱনা আছে বুলি শংকা প্ৰকাশ কৰিছে একাংশ ৰাইজে ৷

NRC ৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন

NRC প্ৰকাশৰ এদিন পূৰ্বে কৰিমগঞ্জত প্ৰশাসনে অনুষ্ঠিত কৰে এক নিৰাপত্তা সভা ৷ সভাত আৰক্ষীৰ বাহিৰেও সীমা সুৰক্ষা বাহিনী বিষয়া সকল উপস্থিত থাকে ৷ জিলা উপায়ুক্ত মনিভান্নানে কয়, NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন । ইপিনে ইতিধ্যে অপ্ৰীতিকৰ পৰিস্থিতি মোকাবিলা কৰাৰ বাবে জিলাখনত প্ৰায় ৯ টা কোম্পানীৰ কেন্দ্ৰীয় সুৰক্ষা বাহিনী আহি উপস্থিত হৈছে । কৰিমগঞ্জত মুঠ ৯১৯৬৩ লোকে পুনৰ নিৰিক্ষণৰ দাবী জনাইছিল ।

Intro:NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাৱে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসনBody:SLUG: ADMINISTRATION FULLY PREPARED FOR NRC PUBLICATION, KARIMGANJ
NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাৱে সম্পূৰ্ণ সাজু কৰিমগঞ্জ জিলা প্ৰশাসন । তালিকা প্ৰকাশৰ পাছত যিকোনও পৰিস্থিতি মোকাবিলাৰ বাৱেও সাজু আছে আৰক্ষী প্ৰশাসন । জিলাৰ নিৰাপত্তা অক্ষুন্ন ৰখাৰ বাৱে জিলা উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকে আৰক্ষী বিষয়া আৰু সীমা সুৰক্ষা বাহীনিক লৈ এক সভা পাতে । NRC সেৱা কেন্দ্ৰ সমূহত ইতিমধ্যে কামৰ সামুৰনি পড়িছে । দীৰ্ঘ বছৰ ধৰি NRCৰ কামত নিয়োজিত থকা বিষয়া কৰ্মচাৰিক লৈ ফটোছেচনো চলুৱা হয় । ইফালে সাধাৰন ৰাইজ কিন্তু সংকিত হৈ আছে । অধিকাংশৰ মতে, শুদ্ধ NRC হোৱাৰ সম্ভাবনা অতিহে কম ।
NRC প্ৰকাশৰ এদিন পূৰ্বে কৰিমগঞ্জত নিৰাপত্তা সভা পাতিলে প্ৰশাসনে । সভাত আৰক্ষীৰ বাহিৰেও সীমা সুৰক্ষা বাহিনী বিষয়া সকল উপস্থিত আছিল । সভাৰ পাছত দীৰ্ঘ বছৰ ধৰি NRCৰ কামত নিয়োজিত থকা বিষয়া কৰ্মচাৰিক লৈ ফটোছেচনো চলুৱা হয় । জিলা উপায়ুক্ত মনিভান্নানে কয়, NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ বাৱে সম্পূৰ্ণ সাজু । কোনও অপ্ৰীতিকৰ পৰিস্থিতি মোকাবিলাৰ বাৱে ৯ কোম্পানী কেন্দ্ৰীয় বাহীনি কৰিমগঞ্জ আহি পাইছে । কৰিমগঞ্জত মোট ৯১৯৬৩ লোকে পুনৰ দাবি জনাইছিল । কৰিমগঞ্জৰ আৰক্ষী অধিক্ষক মানবেন্দ্ৰ দেবৰয়ে সকলো ব্যবস্থা গ্ৰহনৰ কথা উল্লেখ কৰি শান্তিপূৰ্ণবাবে NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশ পাব । প্ৰশাসনৰ ফালৰ পৰা যিমানে আশ্বাস দিয়া হউক নে কিয়, ৰাইজৰ মাজত কিন্তু যথেষ্ঠ শংখা আছে । অধিকাংশ ৰাইজে শুদ্ধ NRC প্ৰকাশৰ আশা কম বুলি জনায় । কিছু ৰাইজৰ মতে, NRC প্ৰকাশৰ পাছত ৰাইজৰ মাজত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্ঠি হব । অশান্তিৰ সম্ভাবনাও আছে । এফালে বহু স্থায়ী বাসিন্ধাৰ নাম অন্তৰ্ভূক্তি নহোৱা আনফালে বহু বিদেশীৰ নাম অন্তৰ্ভূক্তি হোৱাক কেন্দ্ৰ কৰি অশান্তি হোৱাৰ সম্ভবনা আছে শংখা প্ৰকাশ কৰে ৰাইজে ।
Conclusion:কৰিমগঞ্জত মোট ৯১৯৬৩ লোকে পুনৰ দাবি জনাইছিল ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.