ETV Bharat / state

কৰিমগঞ্জত জব্দ বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট - ৰাজ্যত নিৰ্বাচনী বিধি

ৰাজ্যত নিৰ্বাচনী বিধি বলবৎ হৈ থকা সময়তে বুধবাৰে নিশা কৰিমগঞ্জত জব্দ বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট ৷ অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত AS-01-LC-9021 নম্বৰৰ এখন ট্ৰাকৰ পৰা লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে বৃহৎ পৰিমানৰ টেবলেট খিনি ৷

কৰিমগঞ্জত জব্দ বৃহৎ পৰিমানৰ নিছা জাতীয় টেবলেট

author img

By

Published : Mar 11, 2021, 10:21 AM IST

Updated : Mar 11, 2021, 1:03 PM IST

কৰিমগঞ্জ,11 মাৰ্চ: ৰাজ্যত নিৰ্বাচনী বিধি বলবৎ হৈ থকা সময়তে বুধবাৰে নিশা কৰিমগঞ্জত জব্দ বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট ৷ গোপন সূত্ৰৰ পমখেদি কৰিমগঞ্জ সদৰ আৰক্ষীয়ে চলোৱা অভিযানত কৰিমগঞ্জ বাইপাছৰ পৰা প্ৰায় 1 কোটি টকা আন্তৰ্জাতিক বজাৰ মূল্যৰ টেবলেট সমূহ জব্দ কৰে ৷

কৰিমগঞ্জত জব্দ বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট

অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত AS-01-LC-9021 নম্বৰৰ এখন ট্ৰাকৰ পৰা লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে বৃহৎ পৰিমানৰ টেবলেট খিনি ৷ লগে লগে আৰক্ষীয়ে ট্ৰাক চালক নিতাই দেৱ বৰ্মণক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: প্ৰিয়ংকা গান্ধীক সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Mar 11, 2021, 1:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.