বদৰপুৰ,৭জুলাই : দেওবাৰে কৰিমগঞ্জৰ বদৰপুৰ নগৰ সমিতি জীৱিকা অভিযান গ্ৰুপ অধীনত আত্নসহায়ক গোটৰ 26 গৰাকী মহিলাক মানপত্ৰ প্ৰদান কৰা হয় । ৰাজ্য চৰকাৰৰ কনকলতা মহিলা সৱলিকৰণ যোজনাৰ অধীনত মহিলাসকলক এই মানপত্ৰ প্ৰদান কৰা হয় । মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰ গ্ৰহণ কৰে এই পদক্ষেপ ।
বদৰপুৰত আত্মসহায়ক গোটৰ মহিলাক মানপত্ৰ প্ৰদান - নগৰ সমিতি
কৰিমগঞ্জৰ বদৰপুৰ নগৰ সমিতি জীৱিকা অভিযান গ্ৰুপ অধীনত আত্নসহায়ক গোটৰ 26 গৰাকী মহিলাক মানপত্ৰ প্ৰদান কৰা হয় ।
বদৰপুৰত আত্মসহায়ক গোটৰ মহিলাক মানপত্ৰ প্ৰদান
বদৰপুৰ,৭জুলাই : দেওবাৰে কৰিমগঞ্জৰ বদৰপুৰ নগৰ সমিতি জীৱিকা অভিযান গ্ৰুপ অধীনত আত্নসহায়ক গোটৰ 26 গৰাকী মহিলাক মানপত্ৰ প্ৰদান কৰা হয় । ৰাজ্য চৰকাৰৰ কনকলতা মহিলা সৱলিকৰণ যোজনাৰ অধীনত মহিলাসকলক এই মানপত্ৰ প্ৰদান কৰা হয় । মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰ গ্ৰহণ কৰে এই পদক্ষেপ ।
Intro:ৰাজ্য চৰকাৰৰ কনকলতা মহিলা সৱলিকৰণ যোজনাৰ অধীনত আজি ৱদৰপুৰ নগৰ সমিতি জীৱিকা অভিযান গ্ৰুপ অধীনত 26 গৰাকী মহিলা আত্মসহায়ক ঘোটক সাৰ্টিফিকেট দিয়া হল।Body: ৱদৰপুৰ: - ৰাজ্য চৰকাৰৰ কনকলতা মহিলা সৱলিকৰণ আঁচনিৰ অধীনত আজি ৱদৰপুৰ নগৰ সমিতি জীৱিকা অভিযান গ্ৰুপ অধীনত 26 গৰাকী মহিলা আত্মসহায়ক ঘোটক সাৰ্টিফিকেট দিয়া হল।ৰাজ্য চৰকাৰ মহিলা সকলক সাভলম্ৱি কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰিলে ।মহিলা ঘোট কেনেকৈ সাৱলম্বী হৱ তাৰ উপৰত আলোচনা কৰিলে কৰিমগঞ্জ জিলা সিটি প্ৰজেক্ট ম্যানজাৰ সাইদুৰ ৰহমান । Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে