ETV Bharat / state

ভোটদান সন্দৰ্ভত এছ ভি ই ই পিৰ সজাগতা কাৰ্যসূচী

author img

By

Published : Mar 22, 2021, 2:09 PM IST

ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ৰাইজক সজাগ কৰিবলৈ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত কেতবোৰ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰিছে এছ ভি ই ই পিয়ে । জিলাখনৰ বিভিন্ন স্থানত এই সজাগতামূলক অনুষ্ঠানসমূহ আয়োজন কৰা হৈছে ।

ভোটদান সন্দৰ্ভত কাৰ্বি আংলঙত এছ ভি ই ই পিৰ সজাগতা কাৰ্যসূচী

ডিফু, ২২ মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী । শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে ৰাজ্যত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ভোটাৰকো গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সজাগ কৰাৰ বাবে প্ৰয়াস কৰিছে ।

সেয়ে, ৰাজ্যৰ ভিন্ন প্ৰান্তত এছ ভি ই ই পিয়ে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ । দেওবাৰে কাৰ্বি আংলঙতো জিলা প্ৰশাসনৰ উদ্যোগত সজাগতা অনুষ্ঠানৰ আয়োজন কৰে এছ ভি ই ই পিয়ে ।

ধনশিৰি আৰু লৰুলাংচ' অঞ্চলৰ ৰাইজক ভোটদানৰ ক্ষেত্ৰত সজাগ কৰাৰ বাবে এছ ভি ই ই পিয়ে এখন বাটৰ নাট অনুষ্ঠিত কৰে । অহা ২৭ মাৰ্চত বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে অনুপ্ৰেৰণামূলক বক্তব্যৰে কাৰ্যসূচী সমাপ্ত কৰা হ'ব বুলি এছ ভি ই ই পিৰ সহকাৰী বিষয়া অতুল কলিতাই জানিবলৈ দিছে ৷

ইয়াৰ উপৰিও জিলাখনৰ ৰাইজে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত পূৰ্বৰ অভিলেখ ভংগ কৰিব বুলি বিষয়াগৰাকী আশাবাদী ৷

লগতে পঢ়ক:বিহালীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জো পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.