ETV Bharat / state

ডিফুত ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ আমৰুং চিংৰি আত্মসহায়ক গোটৰ - Garbage Collection

স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে আৰু ডিফু পৌৰসভাৰ সহযোগত ডিফু চহৰৰ ৩ নং ৱাৰ্ড এলেকাত ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ কাৰ্য আৰম্ভ কৰে ৷

ডিফুত ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ আমৰুং চিংৰি আত্মসহায়ক গোটৰ
author img

By

Published : Jun 9, 2019, 11:38 PM IST

ডিফু, 9 জুনঃ ডিফুৰ আমৰুং চিংৰি এএফএল আত্মসহায়ক গোটে চহৰখনত আৰম্ভ কৰিছে জাৱৰ সংগ্ৰহ কাৰ্যসূচী ৷ বিগত সাত জুনত ডিফু পৌৰসভাই চহৰখনৰ দহটাকৈ আত্মসহায়ক গোটক প্ৰদান কৰিছিল লঘু বাহন ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপস্থিতিত এই বাহনসমূহ প্ৰদান কৰা হৈছিল ৷

ডিফুত ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ আমৰুং চিংৰি আত্মসহায়ক গোটৰ

অধিক পঢ়কঃ AN 32 সন্ধানঃ সাতদিনেও সন্ধান নাই বায়ুসেনাৰ অভিশপ্ত নিৰুদ্দিষ্ট বিমানৰ

পৰৱৰ্তী সময়ত আজিৰে পৰা আত্মসহায়ক গোটসমূহৰ ভিতৰত আমৰুং চিংৰি এএফএল গোটে নিজৰ কাম আৰম্ভ কৰিছে ৷ গোটটোৰ সভানেত্ৰী জোনাকি ৰংপিপি, সম্পাদিকা অঞ্জলী তিমুঙপী আৰু চিআৰপি ববিতা তিচ'পীৰ নেতৃত্বত অন্যান্য সদস্যা সকলে হাতে হাতে ঝাড়ু-টুকুৰী লৈ ট্ৰিপাৰ বাহনেৰে ৩নং ৱাৰ্ডৰ ঘৰে ঘৰে জাবৰ সংগ্ৰহ কাৰ্যৰ শুভাৰম্ভ কৰে ৷

Intro:আমৰুং চিংৰি এএফএল আত্ম সহায়ক গোটৰ উদ্যোগত ঘৰে ঘৰে জাবৰ সংগ্ৰহ কাৰ্য আৰম্ভ ৷

ডিফু, ৯ জুন: আমৰুং চিংৰি এএলএফ আত্ম সহায়ক গোটৰ উদ্যোগত আজি ডিফু চহৰৰ ৩ নং ৱাৰ্ড এলেকাত ঘৰে ঘৰে জাবৰ সংগ্ৰহ কাৰ্য আৰম্ভ কৰা হয় ৷ যোৱা ৭ জুনত ডিফু মিউনিচিপালটি ব' ৰ্ডৰ উদ্যোগত ডিফু নগৰৰ ১০ টাকৈ আত্মসহায়ক গোটলৈ স্বচ্ছ অভিযানৰ অন্তৰ্গত ঘৰে ঘৰে জাবৰ সংগ্ৰহ কৰিবলৈ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপস্থিত বিভিন্ন ধৰণৰ লঘু বাহন বিতৰণ কৰিছিল ৷ এই উদ্দেশ্যলৈ আজি আমৰুং চিংৰি এএলএফ নামৰ আত্ম সহায়ক গোটটোৱে সভানেত্ৰী জোনাকি ৰংপিপি, সম্পাদিকা অঞ্জলী তিমুঙপী আৰু চি আৰপি ববিতা তিচ'পীৰ নেতৃত্বত অনান্য সদস্যা সকলে হাতে হাতে ঝাড়ু টুকুৰী লৈ ট্ৰিপাৰ বাহনেৰে ৩নং ৱাৰ্ডৰ ঘৰে ঘৰে জাবৰ সংগ্ৰহ কাৰ্যৰ শুভাৰম্ভ কৰে ৷

ছাইদুল ইছলাম, ডিফুBody:*********Conclusion:**********-*--
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.