ETV Bharat / state

বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ তালাচী অভিযান

বিভিন্ন সময়ত নাগালেণ্ডৰ পৰা অসমলৈ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ হৈ থকা দেখিবলৈ পোৱা যায় ৷ সেয়ে ৰাজ্যৰ নিৰাপত্তাৰ ক্ষেত্ৰত এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন । বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ভিন্ন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলৰ উপস্থিতিত চলিছে এই নাকা তালাচী ।

author img

By

Published : Aug 11, 2020, 8:14 PM IST

police-tight-checking-before-15-august
বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ তালাচী অভিযান

ডিফু, ১১ আগষ্ট: সমাগত দেশৰ ৭৪তম স্বাধীনতা দিৱস। বোকাজানৰ অসম নাগালেণ্ড সীমান্ত যথেষ্ট স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত হৈছে । সেয়েহে সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানৰ বিভিন্ন স্থানত বিশেষ নাকা তালাচী অব্যাহত ৰাখিছে । নাগালেণ্ডৰ ডিমাপুৰ ফালৰ পৰা অহা গাড়ী সমূহক বিশেষ ভাবে তালাচী চলাইছে আৰক্ষীয়ে।

বিভিন্ন সময়ত নাগালেণ্ডৰ পৰা অসমলৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ হৈ থকা দেখিবলৈ পোৱা যায় সেয়ে ৰাজ্যৰ নিৰাপত্তাৰ ক্ষেত্ৰত এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন । বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ভিন্ন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলৰ উপস্থিতিত চলিছে এই নাকা তালাচী ।

লগতে পঢ়ক: হোজাইত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.