ETV Bharat / state

Illegal weapon recovered: খটখটীত দুটাকৈ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

author img

By

Published : Dec 25, 2022, 7:47 PM IST

অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে খটখটীত আৰক্ষীৰ অভিযান ৷ খটখটী আৰক্ষী আৰু বোকাজান CRPFএ যৌথভাৱে চলাইছিল এই অভিযান ৷ অভিযানত উদ্ধাৰ দুটা SBBL বন্দুক আৰু কাৰ্টিজ ৷

Illegal weapon recovered
খটখটীত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ
  • অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে খটখটীত আৰক্ষীৰ অভিযান(Operation against illegal weapon)
  • খটখটী আৰক্ষী আৰু বোকাজান CRPFএ যৌথভাৱে চলাইছিল এই অভিযান
    খটখটীত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ
  • অভিযানত উদ্ধাৰ দুটা SBBL বন্দুক আৰু কাৰ্টিজ(illegal weapon recovered from Khatkhati)
  • গোপন খবৰৰ ভিত্তিত খটখটীৰ এখন চাহ বাগিচাত চলিছিল অভিযান
  • এই সন্দৰ্ভত কোনো লোকক আটক কৰা নাই আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.