ETV Bharat / state

কাৰ্বি আংলং ট্ৰাকচালক সকলৰ দৰমহা বৃদ্ধি

author img

By

Published : Jan 1, 2020, 7:48 PM IST

বাপুৰাম ৰংপিৰ পৌৰোহিত্যত মাঞ্জা লংনিট ট্ৰাক মালিক সন্থাৰ সভাপতি সম্পাদক আৰু কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাই উক্ত সভাত অংশগ্ৰহণ কৰে ৷ সভাত ট্ৰাকচালক সকলৰ পূৰ্বৰ দৰমহা 6000ৰ পৰা 7500 টকালৈ বৃদ্ধি কৰা হয় ৷

Karbi Anglong Truck driver salary increased
কাৰ্বি আংলং ট্ৰাকচালক সকলৰ দৰমহা বৃদ্ধি

ডিফু, 1 জানুৱাৰীঃ কাৰ্বি আংলং ট্ৰাকচালক সকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত বুধবাৰে মাঞ্জাত এখনি সভা অনুষ্ঠিত কৰা হয় ৷ বাপুৰাম ৰংপিৰ পৌৰোহিত্যত মাঞ্জা লংনিট ট্ৰাক মালিক সন্থাৰ সভাপতি সম্পাদক আৰু কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাই উক্ত সভাত অংশগ্ৰহণ কৰে ৷ সভাত ট্ৰাকচালক সকলৰ পূৰ্বৰ দৰমহা 6000ৰ পৰা 7500 টকালৈ বৃদ্ধি কৰা হয় ৷

Karbi Anglong Truck driver salary increased
কাৰ্বি আংলং ট্ৰাকচালক সকলৰ দৰমহা বৃদ্ধিক লৈ সভা

আনহাতে জলপানি মাচুল পূৰ্বৰ স্থিতিতেই থাকিব বুলি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ প্ৰস্তাৱিত বৰ্ধিত দৰমহা ১ জানুৱাৰী ২০২০ চনৰ প্ৰযোজ্য কৰা হ’ব ৷ উক্ত সভাত কাৰ্বি আংলং মটৰ শ্ৰমিক চালক আৰু চালক সন্থাৰ সভাপতি কৃষ্ণ ভট্টৰায়, কিয়ন তিমুঙ, অজিত বক্ত আৰু অনান্য সকল উপস্থিত থাকে ৷

আৰু পঢ়ক-107তম জন্মবাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহক

Intro: ট্ৰাক চালক সকলৰ দৰমহা বৃদ্ধিকলৈ সভা সম্পন্ন ৷
---------------------------------------- ডিফু, ৩১ ডিচেম্বৰ:- কাৰবি আংলং ট্ৰাক চালক সকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত আজি মাঞ্জাত এক সভা অনুষ্ঠিত হৈ যায় ৷ বাপুৰাম ৰংপিৰ পৌৰোহিত্যত মাঞ্জা, লংনিট ট্ৰাক মালিক সন্থাৰ সভাপতি সম্পাদক আৰু কাৰবি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ মাজত মাঞ্জা বজাৰ কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত দীৰ্ঘ আলোচনাৰ অন্তত ট্ৰাক চালক সকলৰ পূৰ্বৰ দৰমহা ৬০০০ /- টকাৰ পৰা সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে ৭৫০০/ - টকালৈ বৃদ্ধি কৰা হয় ৷জলপানি মাচুল পূৰ্বৰ স্থিতিতেই থাকিব বুলি সভাই প্ৰস্তাব গ্ৰহণ কৰে ৷ আৰু প্ৰস্তাৱিত বৰ্ধিত দৰমহা ১ জানুৱাৰী ২০২০ চনৰ প্ৰযোজ্য হব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ সভাত কাৰবি আংলং মটৰ শ্ৰমিক চালক আৰু চালক সন্থাৰ সভাপতি কৃষ্ণ ভট্টৰায়, কিয়ন তিমুঙ, অজিত বক্ত আৰু অনান্য সকল উপস্থিত থাকে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:********Conclusion:*********
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.