ETV Bharat / state

কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা বাছ সেৱা উদ্বোধন - কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা বাছ সেৱা উদ্বোধন

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে সোমবাৰে মুকলি কৰে কেবাটাও আঁচনিৰ ৷ পৰিবহণ বিভাগৰ এটা কৰ্মশালাৰ লগতে এটা প্ৰশাসনিক গৃহ আৰু দুখনকৈ বাছ উদ্বোধন কৰে পৰিষদে ৷

কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা বাছ সেৱা উদ্বোধন
author img

By

Published : Nov 5, 2019, 4:44 AM IST

Updated : Nov 5, 2019, 12:00 PM IST

ডিফু, 4 নৱেম্বৰঃ কাৰ্বিং আংলং স্বায়ত্বশাসিত পৰিষদত সোমবাৰে মুকলি কৰা হয় বহুকেইটা অভিলাষী আঁচনি ৷ স্বায়ত্বশাসিত পৰিষদৰ পৰিবহণ বিভাগে ড'নাৰ মন্ত্ৰাণালয়ৰ এন এল চিপি আৰ আঁচনিৰ সহায়ত মুকলি কৰে পাহাৰীয়া জিলাখনৰ বাবে এইকেইটা অভিলাষী আঁচনি ৷ 1 কোটি 5 লাখ 41 হাজাৰ টকা ব্যয় কৰি আঁচনিসমূহ মুকলি কৰা হয় ৷

কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা বাছ সেৱা উদ্বোধন

সোমবাৰে মুকলি হোৱা আঁচনিৰ ভিতৰত এটা কৰ্মশালাৰ লগতে এটা প্ৰশাসনিক ভৱন আৰু দুখনকৈ বাছ অন্তৰ্ভুক্ত হৈছে ৷ ডিফুত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণসিং বে'ই আঁচনিসমূহ মুকলি কৰে ৷ বাছ দুখনে নিলীপ পৰিষদীয় সমষ্টিৰ বাবে ডিফুৰ ৰংমংবে' আৰু দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ বাবে ভকচঙ হৈ ৰাজাগাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিব ৷ কৰ্মশালা আৰু প্ৰশাসনিক ভৱনটোৰ লগতে বাছ দুখনে ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈ সক্ষম হ'ব বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মন্তব্য কৰে ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাৰ লক্ষ্য আন এগৰাকী অসম কন্যাৰ

Intro:কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ পৰিবহন বিভাগৰ ৱৰ্ক শ্বপ , কাৰ্যালয় আৰু দুখন বাছৰ শুভ উদ্ধোধন ৷
----------------------------------------

ডিফু, ৪ নৱেম্বৰ:- সোমবাৰে কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু হৰেণছিং বে'ই কেইবাটাওঁ আঁচনি শুভ উদ্ধোধন কৰে ৷ ৰংহাঙে টীম কাৰবি আংলঙক লগতলৈ ক্ৰমে ডিফু -লামডিং পথৰ ১১ কিল'ত কাৰবি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ পৰিবহন বিভাগৰ ড'নাৰ মন্ত্ৰানালয়ৰ এনএলচিপিআৰ আঁচনিৰ জৰিয়তে ১ কোটি ৫ লাখ ৪১ হাজাৰ টকা ব্যয় সাপেক্ষ এখন ৱৰ্কশ্বপ লগতে ডিফুত একে আঁচনিৰ অধীনত পৰিবহন বিভাগৰ প্ৰশাসনিক বিল্ডিং উদ্ধোধন কৰাৰ লগতে দুখন বাছৰো ফ্লেগ অফ কৰে তুলিৰাম ৰংহাঙে ৷ বাছ দুখন ক্ৰমে নিলীপ পৰিষদীয় সমষ্টিৰ বাবে ডিফুৰ ৰংমংবে' আৰু দ্বিতীয়টো দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ বাবে ভকচঙ হৈ ৰাজাগাঁৱৰ পৰা গুৱাহাটীলৈ যাতায়ত কৰিব ৷ ৱৰ্কশ্বপ আৰু প্ৰশাসনিক বিল্ডিঙখন আৰু বাছ দুখনে ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পুৰণ কৰিবলৈ সক্ষম হব বুলি মুথ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মন্তব্য কৰে ৷

ছাইদুল ইছলাম, ডিফুBody:***********Conclusion:************
Last Updated : Nov 5, 2019, 12:00 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.