হামৰেণ, 30 এপ্ৰিল: হামৰেণত আৰক্ষী হাবিলদাৰৰ গুলীয়াই আত্মহত্যা । আৰক্ষী ছাউনীতে নিজ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা হাবিলদাৰ দেবৰাম বসুমতাৰীৰ । আজি ছুটি লৈ ঘৰলৈ যোৱাৰ কথা আছিল আত্মহত্যা কৰা বসুমতাৰীৰ ৷ ইতিমধ্যে মঞ্জুৰ হৈছিল তেওঁৰ ছুটিৰ আবেদন । নগাঁও জিলাৰ কলিয়াবৰত বসুমতাৰীৰ ঘৰ । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে নগাওঁলৈ ।
হামৰেণত আৰক্ষী হাবিলদাৰৰ আত্মহত্যা
আৰক্ষী ছাউনীতে নিজ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা হাবিলদাৰ দেবৰাম বসুমতাৰীৰ ।
হামৰেণত আৰক্ষী হাবিলদাৰৰ আত্মহত্যা
হামৰেণ, 30 এপ্ৰিল: হামৰেণত আৰক্ষী হাবিলদাৰৰ গুলীয়াই আত্মহত্যা । আৰক্ষী ছাউনীতে নিজ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা হাবিলদাৰ দেবৰাম বসুমতাৰীৰ । আজি ছুটি লৈ ঘৰলৈ যোৱাৰ কথা আছিল আত্মহত্যা কৰা বসুমতাৰীৰ ৷ ইতিমধ্যে মঞ্জুৰ হৈছিল তেওঁৰ ছুটিৰ আবেদন । নগাঁও জিলাৰ কলিয়াবৰত বসুমতাৰীৰ ঘৰ । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে নগাওঁলৈ ।
Intro:Body:হামৰেণত আৰক্ষী হাবিলদাৰৰ গুলীয়াই আত্মহত্যা।আৰক্ষী ছাউনীতে নিজ কাৰ্বাইনেৰে গুলীয়াই আত্মহত্যা হাবিলদাৰ দেবৰাম বসুমতাৰীৰ।আজি ছুটি লৈ ঘৰলৈ যোৱাৰ কথা আছিল আত্মহত্যা কৰা বসুমতাৰীৰ,ইতিমধ্যে মঞ্জুৰ হৈছিল ছুটিৰ আবেদন।নগাঁও জিলাৰ কলিয়াবৰত বসুমতাৰীৰ ঘৰ।ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে নগাওলৈ।Conclusion: