ETV Bharat / state

তাৰালাংছত বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন - বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহ

কার্বি আংলং জিলাৰ তাৰালাংছত বুধবাৰে এটা বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা দপ্তৰৰ মন্ত্রী কেশৱ মহন্তই ৷

foundation-stone-laid-of-science-centre-and-musium-at-taralangso
তাৰালাংছত বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহৰ আধাবশিলা স্থাপন
author img

By

Published : Feb 3, 2021, 9:10 PM IST

ডিফু, ৩ ফেব্রুবাৰীঃ কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী তাৰালাংছত বুধবাৰে এটা বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা দপ্তৰৰ মন্ত্রী কেশৱ মহন্তই ৷

এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে অসম চৰকাৰৰ পার্বত্য অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্রী চুম ৰংহাং, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে', কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিং ক্র আদি ৷

তাৰালাংছত বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহৰ আধাবশিলা স্থাপন

সভাৰ পিচতে সাংবাদিক সম্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই কয়, ২২.৯০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'ব এই বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহটো ৷ লগতে এই প্ৰকল্পটোৱে ৰাজ্যৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ আন্তগাঁঠনি শক্তিশালি কৰাত অধিক অৰিহণা যোগাব বুলি মন্ত্ৰী কেশৱ মহন্তই আশা প্ৰকাশে কৰে ৷

লগতে পঢ়ক: প্ৰমোদ বড়োৰ বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.