ETV Bharat / state

ভোটকেন্দ্ৰলৈ ৰাওনা ডিফুৰ প'লিং বিষয়া

author img

By

Published : Apr 17, 2019, 7:16 PM IST

ভোটগ্ৰহণৰ বাবে সাজু হৈ উঠিছে ডিফু লোকসভাৰ প'লিং বিষয়াসকল। কাৰ্বি আংলঙৰ অতি দুৰ্গম অঞ্চললৈ ৰাওনা হৈছে বহু কেইটা দল।

ভোটকেন্দ্ৰলৈ ৰাওনা ডিফুৰ প'লিং বিষয়া

বোকাজান,১৭ এপ্ৰিলঃ বৃহস্পতিবাৰে দেশত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ইতিমধ্যে ১১ এপ্ৰিলত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু হৈ উঠিছে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি সমূহলৈ ই ভি এম মেচিনসহ ৰাওনা হৈছে বিষয়াসকল।

ভোটকেন্দ্ৰলৈ ৰাওনা ডিফুৰ প'লিং বিষয়া

ভোটগ্ৰহণৰ বাবে সাজু হৈ উঠিছে ডিফু লোকসভাৰ প'লিং বিষয়াসকল। কাৰ্বি আংলঙৰ অতি দুৰ্গম অঞ্চললৈ ৰাওনা হৈছে বহু কেইটা দল। সৰ্বমুঠ বোকাজান মহকুমাৰ ২১২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব প'লিং বিষয়াসকল। প্ৰকৃতিৰ বাধা নেওচি দুৰ্গম পাহাৰ অতিক্ৰম কৰি ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছেগৈ ভোট গ্ৰহণকাৰী দলসমূহ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.