ETV Bharat / state

চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Apr 28, 2021, 9:53 PM IST

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰয়াত চুমিলা ৰংহাঙপীয়ে কোনো পক্ষপাতিত্ব অবিহনে ন্যায় লাভ কৰিব লাগিব ৷ লগতে ভুক্তভোগী পৰিয়ালটোক এটা পকীঘৰ নিৰ্মাণ কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে আছুৰ নেতা গৰাকীয়ে ৷

চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ডিফু,২৮ এপ্ৰিলঃ ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত ৩০ টা জাতি-জনগোষ্ঠীয় খিলঞ্জীয়া সংগঠন,আছু আৰু নেছুৰ এটা প্ৰতিনিধিৰ দল বুধবাৰে পশ্চিম কাৰ্বি আংলঙৰ অৱস্থিত দুৰ্ভগীয়া চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জনায় ৷

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰয়াত চুমিলা ৰংহাংপিয়ে কোনো পক্ষপাতিত্ব অবিহনে ন্যায় লাভ কৰিব লাগিব ৷ লগতে ভুক্তভোগী পৰিয়ালটোক এটা পকীঘৰ নিৰ্মাণ কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে আছুৰ নেতা গৰাকীয়ে ৷

আনহাতে, তেওঁ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক বিশেষকৈ কাৰ্বি শিক্ষাৰ্থী সকলৰ বাবে নগাঁও আৰু মৰিগাঁৱত একোটাকৈ হোষ্টেল নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ যাতে শিক্ষা গ্ৰহণত কোনো ধৰণৰ অসুবিধা নহয় তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে।

লগতে পঢ়কঃ ৰিতুল শইকীয়া এতিয়াও আলফাৰ জিম্মাতে আছে: জিপি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.