ETV Bharat / state

মেক লুব্রিকেন্টক লৈ কাৰ্বি আংলঙত দুই সংগঠনৰ বিৰোধিতা - diphu

বিগত কিছুদিনৰ পৰা ডিফু চহৰত এবিধ নতুন লুব্রিকেন্টৰ প্রচাৰৰ বাবে বিশাল হ'র্ডিং স্থাপন কৰা পৰিলক্ষিত হৈছে । উচ্চাৰণত 'মেক' লুব্রিকেন্ট ৰূপে উচ্চাৰিত হয় যদিও ইংৰাজী বর্ণমালাৰে এই লুব্রিকেন্টৰ নাম লিখাত কার্বি ভাষাৰ এটা বেয়া শব্দ বুজায় ।

COMPLAIN ON LUBRIANT
মেক লুব্রিকেন্টক লৈ কাৰ্বি আংলঙত দুই সংগঠনৰ বিৰোধিতা
author img

By

Published : Dec 30, 2020, 10:41 PM IST

ডিফু, ৩০ ডিচেম্বৰঃ বিগত কিছুদিনৰ পৰা ডিফু চহৰত এবিধ নতুন লুব্রিকেন্টৰ প্রচাৰৰ বাবে বিশাল হ'র্ডিং স্থাপন কৰা পৰিলক্ষিত হৈছে । উচ্চাৰণত 'মেক' লুব্রিকেন্ট ৰূপে উচ্চাৰিত হয় যদিও ইংৰাজী বর্ণমালাৰে এই লুব্রিকেন্টৰ নাম লিখাত কার্বি ভাষাৰ এটা বেয়া শব্দ বুজায় । ইয়াকে লৈ আপত্তি প্রদর্শন কৰিছে জিলাখনৰ দুটা সংগঠন কার্বি আংলং ইয়ুথ এছচিয়েছন (কায়া) আৰু ইউনাইটেড প্রটেকচন অৱ কার্বি আংলং (ইউপিকেএ)য়ে ।

সংগঠন দুটাই বুধবাৰে যৌথভাবে এক সংবাদমেলৰ আয়ােজন কৰি এই সামগ্রী জিলাখনত বিক্রি নকৰিবলৈ আহ্বান জনায় । সংগঠন দুটাই কয় যে, বজাৰত বহু লুব্ৰিকেন্ট উপলব্ধ আছে, সেইবােৰত আমাৰ আপত্তি নাই। এই সামগ্রীৰ দুখন বৃহৎ হার্ডিং লগােৱা হৈছিল আৰু ইয়াৰে এখন আছিল ৰংফাৰপী-ৰংবে'ৰ প্রতিমুর্তিৰ কাষত। যিখন ইতিমধ্যে ফালি পেলােৱা হৈছে । আন এখন হর্ডিং ডিফু ৰেল ষ্টেচনত লগােৱা আছে আৰু শীঘ্ৰে সেইখন আঁতৰাই পেলাবলৈ সংগঠন দুটাই আহ্বান জনায় ৷
লগতে পঢ়ক: 2020-ত আমাৰ মাজৰ পৰা বিদায় লোৱা ভাৰতৰ ৰাজনীতিৰ পুৰোধা ব্যক্তিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.