ডিফু,২৮জুন : বৃহস্পতিবাৰে ডিফুত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয়ৰ উদ্যোগত লুম্বাজং পৰিষদীয় সমষ্টিৰ আত্মসহায়ক গোটসমূহৰ মাজত আনুষ্ঠানিকভাৱে তাঁতশালৰ সামগ্ৰী আৰু সূতা বিতৰণ কৰা হয় । হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ যুটীয়া সঞ্চালক তাপস কুমাৰ দে', পূব কাৰ্বি আংলঙৰ বিজেপিৰ মহিলা মৰ্চাৰ ৰশ্মি টেৰণপী,ৰূপালী তেৰাঙপী আৰু বিজেপিৰ জিলা সম্পাদক মধুৰাম লেকথেৰ উপস্থিতিত আত্মসহায়ক গোট সমূহৰ মাজত সামগ্ৰীসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । বিতৰণী অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰতন টেৰণে আত্ম সহায়ক গোটৰ সদস্যসকলক বস্ত্ৰ শিল্পৰ সামগ্ৰী বিক্ৰী কৰি উপকৃত হোৱাৰ লগতে উৎপাদন বৃদ্ধি কৰিবলৈও আহ্বান জনায় ।
ডিফুত তাঁতশালৰ সামগ্ৰী আৰু সূতা বিতৰণ - আত্মসহায়ক গোট
ডিফুত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয়ৰ উদ্যোগত লুম্বাজং পৰিষদীয় সমষ্টিৰ আত্মসহায়ক গোটসমূহৰ মাজত আনুষ্ঠানিকভাৱে তাঁতশালৰ সামগ্ৰী আৰু সূতা বিতৰণ কৰা হয় ৷
![ডিফুত তাঁতশালৰ সামগ্ৰী আৰু সূতা বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3692375-thumbnail-3x2-iojpg.jpg?imwidth=3840)
ডিফু,২৮জুন : বৃহস্পতিবাৰে ডিফুত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয়ৰ উদ্যোগত লুম্বাজং পৰিষদীয় সমষ্টিৰ আত্মসহায়ক গোটসমূহৰ মাজত আনুষ্ঠানিকভাৱে তাঁতশালৰ সামগ্ৰী আৰু সূতা বিতৰণ কৰা হয় । হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ যুটীয়া সঞ্চালক তাপস কুমাৰ দে', পূব কাৰ্বি আংলঙৰ বিজেপিৰ মহিলা মৰ্চাৰ ৰশ্মি টেৰণপী,ৰূপালী তেৰাঙপী আৰু বিজেপিৰ জিলা সম্পাদক মধুৰাম লেকথেৰ উপস্থিতিত আত্মসহায়ক গোট সমূহৰ মাজত সামগ্ৰীসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । বিতৰণী অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰতন টেৰণে আত্ম সহায়ক গোটৰ সদস্যসকলক বস্ত্ৰ শিল্পৰ সামগ্ৰী বিক্ৰী কৰি উপকৃত হোৱাৰ লগতে উৎপাদন বৃদ্ধি কৰিবলৈও আহ্বান জনায় ।
ডিফু, ২৮ জুন:- বৃহস্পতিবাৰে ডিফুত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয়ৰ উদ্যোগত লুম্বাজং পৰিষদীয় সমষ্টিৰ আত্মসহায়ক গোট সমূহৰ মাজত আনুষ্ঠানিক ভাবে তাঁত যন্ত্ৰ আৰু সূতা বিতৰণ কৰা হয় ৷ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ যুটীয়া সঞ্চালক তাপস কুমাৰ দে', পূব কাৰবি আংলং বিজেপিৰ মহিলা মৰ্চাৰ ৰশ্মি টেৰণপী,ৰূপালী তেৰাঙপী আৰু বিজেপিৰ জিলা সম্পাদক মধুৰাম লেকথেৰ উপস্থিতিত কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰতন টেৰণে আত্মসহায়ক গোট সমূহৰ মাজত সামগ্ৰী সমূহ আনুষ্ঠানিক ভাবে বিতৰণ কৰে ৷ ভাষণ প্ৰসংগত কাৰ্যবাহী সদস্য ৰতন টেৰণে আত্ম সহায়ক গোটৰ সদস্য আৰু ব্যক্তিগত হিতাধিকাৰী সকলক সামগ্ৰী সমূহ বিতৰণ কৰি তেওঁলোকৰ তাঁতশালৰ উৎপাদ্ত সামগ্ৰী বিক্ৰি কৰি উপকৃত হোৱাৰ লগতে উৎপাদন বৃদ্ধি কৰিবলৈ আহ্বান জনায় ৷ আনহাতে উক্ত বিতৰণি অনুষ্ঠানতেই হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বিষয়া মনমোহন দাসে একাধিক্ৰমে, চণ্ডিগড়ত অনুষ্ঠিত প্ৰথম নেছনেল মাষ্টাৰ গেমছত শ্বটপুট দলিওৱা, ডেৰাডুনত দ্বিতীয় নেছনেল মাষ্টাৰ্চ গেমছত ডিছকাছ দলিওৱা আৰু ৪০০ মিটাৰ দৌৰত লগতে মালেছিয়াত অনুষ্ঠিত এছিয়া পেছিফিক মাষ্টাৰ গেমছত হামাৰ দলিওৱাত সোণৰ পদকৰ লগতে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁকো এটা ট্ৰফী, প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷
ছাইদুল ইছলাম, ডিফু ৷Body:*********************Conclusion:*************************