ETV Bharat / state

কাৰ্বি আংলঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সাক্ষাৎ আমছুৰ - কাৰ্বি আংলং আমছু

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কাৰ্বি আংলং জিলাৰ সভাপতি মাজিদ খানৰ নেতৃত্বত এক সঁজাতি দলে শুকুৰবাৰে কাৰ্বি আংলঙৰ উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকক সাক্ষাৎ কৰে ৷ আমছুৰ সঁজাতি দলটোৱে দুয়োগৰাকী বিষয়াকে উপহাৰস্বৰূপে একোটাকৈ আমছুৰ স্মাৰক প্ৰদান কৰে ৷

AAMSU delegation team visits Karbi Anglong DC and SP
কাৰ্বি আংলঙৰ উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকক সাক্ষাৎ আমছুৰ
author img

By

Published : Aug 29, 2020, 12:51 PM IST

ডিফু, 29 আগষ্টঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কাৰ্বি আংলং জিলাৰ সভাপতি মাজিদ খানৰ নেতৃত্বত এক সঁজাতি দলে শুকুৰবাৰে কাৰ্বি আংলঙৰ উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকক সাক্ষাৎ কৰে ৷ সাক্ষাৎকালত দলটোৱে দুয়োগৰাকী প্ৰশাসনিক বিষয়া ক্ৰমে চন্দ্ৰধ্বজ সিনহা আৰু দেৱজিৎ দেউৰীক জিলাখনত বৃদ্ধি পাই অহা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ উপৰিও অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত আধাৰ সেৱা কেন্দ্ৰৰ অভাৱত সাধাৰণ ৰাইজে বহু সমস্যাৰ সনম্মুখীন হোৱাৰ কথাও জনায় ৷ এই সন্দৰ্ভত অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই ৷

কাৰ্বি আংলঙৰ উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকক সাক্ষাৎ আমছুৰ

সমান্তৰালকৈ, আমছুৰ সঁজাতি দলটোৱে দুয়োগৰাকী বিষয়াকে উপহাৰ স্বৰূপে একোটাকৈ আমছুৰ স্মাৰক প্ৰদান কৰে ৷

লগতে পঢ়ক-কলগাছিয়াৰ খাৰবাল্লীত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.