ETV Bharat / state

বােকাজানত ভয়ংকৰ পথ দুর্ঘটনা : আহত এজন

author img

By

Published : Jan 26, 2021, 10:13 PM IST

মঙলবাৰে বিয়লি বােকাজানত সংঘটিত হয় এক শােকাৱহ পথ দুর্ঘটনা ৷ দুৰ্ঘটনাত এজন যুৱকক গুৰুতৰভাৱে আহত হয় ।

A road accident in Bokajan
বােকাজানত ভয়ংকৰ পথ দুর্ঘটনা

ডিফু, ২৭ জানুবাৰীঃ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ আনন্দ-উৎসৱৰ মাজতে মঙলবাৰে বিয়লি বােকাজানত সংঘটিত হয় এক শােকাৱহ পথ দুর্ঘটনা ৷ দুৰ্ঘটনাত এজন যুৱকক গুৰুতৰভাৱে আহত হয় ।

ঘটনাৰ বিৱৰণী অনুসৰি, বিয়লি প্রায় দুই বজাত ডিমাপুৰৰ দিশৰ পৰা তীব্র বেগেৰে আহি থকা AS-০৩-W-৩৯৩২ নম্বৰৰ পালছাৰ বাইক এখনে বিপৰীত দিশৰ পৰা আহি থকা UP-১১-T-৫৪২৮ নম্বৰৰ বাৰচকীয়া এখন ট্রাকত প্রচণ্ড জোৰেৰে সন্মুখৰ পৰা খুন্দা মৰাৰ ফলত দুর্ঘটনাতাে সংঘটিত হয়।

উক্ত দুর্ঘটনাত অতি গুৰুতৰভাৱে আহত হােৱা অচিনাক্ত বাইক আৰোহী গৰাকীক সংকটজনক অৱস্থাত বােকাজান প্রাথমিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্রেৰণ কৰা হয় বুলি জানিবলৈ দিছে স্থানীয় লোকে ।

লগতে পঢ়ক: গণৰাজ্য দিৱসৰ পৰিৱৰ্তে নগাঁৱত স্বাধীনতা দিৱস পালিলে মন্ত্ৰী হিমন্তই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.