ETV Bharat / state

বাইহাটা চাৰিআলিত পানীত পৰি মৃত্যু প্ৰতিভাৱান শিল্পীৰ

author img

By

Published : Jun 19, 2020, 10:03 AM IST

ছাগলী আনিবলৈ গৈ পানীত পৰি মৃত্যু এগৰাকী প্ৰতিভা সম্পন্ন কিশোৰী শিল্পীৰ ৷ বাইহাটা চাৰিআলিৰ বৰহাটা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷

Young artsist Nishita Deka drown at Baihata Sariali
বাইহাটা চাৰিআলিত পানীত পৰি মৃত্যু কিশোৰী শিল্পী

বাইহাটা,19 জুন: কৰ'ণাৰ সন্ত্ৰাসৰ মাজতেই বাইহাটা চাৰিআলিত সংঘটিত হৈছে এক শোকাকুল ঘটনা ৷ ছাগলী আনিবলৈ গৈ পানীত পৰি মৃত্যু এগৰাকী প্ৰতিভা সম্পন্ন কিশোৰী শিল্পীৰ ৷ বাইহাটা চাৰিআলিৰ বৰহাটা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মাতৃ আৰু ভগ্নীৰ সৈতে পথাৰত এৰাল দিয়া ছাগলী আনিবলৈ যোৱাৰ সময়তে খৰালি কালত অবৈধভাবে খনন চলোৱা এক পুখুৰীত পৰে ভৱেশ ডেকা আৰু কিৰন ডেকাৰ কণ্যা নিশিতা কলিতা (11) ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় বহু কেইজন যুৱকে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী গৰাকীৰ মৃতদেহ ৷ মাতৃৰ চকুৰ সন্মুখতে এনেদৰে পানীত বুৰ গৈ মৃত্যু ঘটে প্ৰতিভাৱান দিহানামৰ শিল্পী গৰাকীৰ ৷ এই ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷

লগতে পঢ়কঃডবকাত নাবালিকা ধৰ্ষণ-হত্যাকাণ্ড : আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.