গুৱাহাটী, 22 মাৰ্চ : শুকুৰবাৰে মহানগৰীত একাংশ নাট্য গোষ্ঠীৰ মেকআপ শিল্পী সকলেপালন কৰিলে বিশ্ব মুকাভিনয় দিৱস ৷ এই দলটোৱে গুৱাহাটীৰ বিভিন্ন স্থানতমুকাভিনয় দিৱসৰ লগত সংগতি ৰাখি জনগণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ললে এক প্ৰশংসনীয় পদক্ষেপ।উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনক মূল বিষয় হিচাপে লৈ মহানগৰীৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰিলে মুকাভিনয় ৷
মহানগৰীত বিশ্ব মুকাভিনয় দিৱস উদযাপন - গুৱাহাটী
লোকসভা নিৰ্বাচনক বিষয়বস্ত হিচাপে লৈ মুকাভিনয় প্ৰদৰ্শন কৰে দলটোৱে
![মহানগৰীত বিশ্ব মুকাভিনয় দিৱস উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2766304-12-2e1b18bf-fc6f-4baf-b1bd-cc08c49ce2bf.jpg?imwidth=3840)
thumbnail2
গুৱাহাটী, 22 মাৰ্চ : শুকুৰবাৰে মহানগৰীত একাংশ নাট্য গোষ্ঠীৰ মেকআপ শিল্পী সকলেপালন কৰিলে বিশ্ব মুকাভিনয় দিৱস ৷ এই দলটোৱে গুৱাহাটীৰ বিভিন্ন স্থানতমুকাভিনয় দিৱসৰ লগত সংগতি ৰাখি জনগণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ললে এক প্ৰশংসনীয় পদক্ষেপ।উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনক মূল বিষয় হিচাপে লৈ মহানগৰীৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰিলে মুকাভিনয় ৷
মুকাভিনয় প্ৰদৰ্শন মহানগৰীত
মুকাভিনয় প্ৰদৰ্শন মহানগৰীত
Intro:আজি বিশ্ব মুকাভিনয় দিৱস। বিশ্ব মুকাভিনয় দিৱস উপলক্ষে মহানগৰীৰ এটি নাট্য গোষ্টী মেকআপ গ্ৰুপ য়ে হাতত লৈছে এক পদক্ষেপ। গুৱাহাটীৰ বিভিন্ন স্থানত মুকাভিনয় দিৱসৰ লগত সগতি ৰাখি জনগণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ললে প্ৰশংসনীয় পদক্ষেপ।
Body:সমাগত নিৰ্বাচন ক লৈ মেকআপ গ্ৰুপে কৰিলে মহানগৰীৰ বিভিন্ন স্থানত মুকাভিনয়।
Bite:-আৰ্টিষ্ট।
আনহাতে মূকাভিনয়ৰ দৰে এনে পদক্ষেপক আদৰি লৈছে সকলোৱে। এনে পদক্ষেপক প্ৰশংসা কৰি আগলৈও যাতে এনেধৰণৰ কাৰ্য সূচী লয় তাৰ বাবে উৎসাহ জনালে ।
Bite:- দৰ্শক।
Conclusion: