ETV Bharat / state

ৰাজ্যলৈ আগমণ ঘটিল শীতৰঃফৰকাল থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ

author img

By

Published : Oct 31, 2020, 1:37 PM IST

ৰাজ্যলৈ আগমণ ঘটিল শীতৰ ৷ ইয়াৰ লগে লগে সমগ্ৰ দেশৰ অধিকাংশ ঠাইত হোৱা বৰষুণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মৌচুমীও আঁতৰিল ৷ এতিয়াৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বতৰ মুকলি আৰু ফৰকাল হৈ থাকিব বুলি তথ্য প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

Winter came to the state
ৰাজ্যলৈ আগমণ ঘটিল শীতৰঃফৰকাল থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ

দক্ষিণ কামৰূপ/আজাৰা,31অক্টোবৰঃ ৰাজ্যলৈ আগমণ ঘটিল শীতৰ ৷ ইয়াৰ লগে লগে সমগ্ৰ দেশৰ অধিকাংশ ঠাইত হোৱা বৰষুণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মৌচুমীও আঁতৰিল ৷ এতিয়াৰে পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বতৰ মুকলি আৰু ফৰকাল হৈ থাকিব বুলি তথ্য প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

উল্লেখ্য যে, মৌচুমী বায়ুৰ প্ৰভাৱৰ ফলত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নেৰেপেৰাকৈ বৰষুণ অব্যাহত আছিল । মৌচুমী আঁতৰাৰ ফলত সমগ্ৰ দেশতে বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ লগতে কিছু পৰিমাণে বতাহ বলা আৰম্ভ হ'ব ।

লগতে পঢ়কঃ তুৰ্কীৰ ভূমিকম্পই প্ৰাণ ল’লে 22 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.