ETV Bharat / state

ৰঙিয়াৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ

author img

By

Published : Jul 20, 2019, 9:22 AM IST

ৰঙিয়াৰ ২নং বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । তিনিদিন ধৰি বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত ৰাইজৰ ক্ষোভ ।

নিশা ৰঙিয়াৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ

ৰঙিয়া,20 জুলাই : ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ তিনিদিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ ফলত উত্তেজিত জনতাই ঘেৰাও কৰিলে শক্তি বিভাগৰ কাৰ্যালয়। বিগত তিনিদিন ধৰি বিদ্যুৎ কৰ্তন কৰি ৰখাত ক্ষুব্ধ হৈ ৰাইজে বিভাগটোত অভিযোগ দিবলৈ কোনো বিষয়া-কৰ্মচাৰীক বিচাৰি নাপায় ক্ষুণ্ণ হৈ পৰাৰ লগতে বিদ্যুৎ বিভাগ মুৰ্দাবাদ ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইপিনে বিভাগীয় বিষয়া-কৰ্মচাৰীক ৰাইজে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷

Intro:নিশা বিদ‍্যুৎ বিভাগৰ কাৰ্য্যালয় ঘেৰাও ৰাইজৰBody:ৰাতি ৰঙিয়াৰ ২ নং বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । তিনিদিন ধৰি বিদ্যুৎ ব্যাহত হৈ থকাত ৰাইজৰ ক্ষোভ । উত্তেজিত জনতাই ঘেৰাও কৰিলে বিদ্যুৎ বিভাগৰ এই কাৰ্যালয়টো । নিশাৰ ভাগত বিদ্যুৎ কৰ্তনত ক্ষুব্ধ ৰাইজে কাৰ্যালয়টোত উপস্থিত হৈ পৰিবেশ উত্তাল কৰি তোলে । বিভাগটোত অভিযোগ দিবলৈ কোনো বিষয়া-কৰ্মচাৰীক বিচাৰি নাপায় ক্ষুন্ন হৈ পৰে ৰাইজ । উত্তেজিত জনতাই বিদ্যুৎ বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিগত তিনিদিন ধৰি বিদ্যুৎ যোগান নধৰাত ৰঙিয়াৰ গ্ৰামাঞ্চলৰ ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হব লগা হৈছে । বিভাগীয় বিষয়া-কৰ্মচাৰীক ৰাইজে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ বাৰম্বাৰ দাবী জনায় অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি ৰাইজে অভিযোগ কৰে । উপায়বিহীন হৈ শুক্ৰবাৰে নিশা এনেদৰে কাৰ্যালয়টো উত্তপ্ত কৰি তোলে ।
bite:- publicConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.