ETV Bharat / state

উত্তৰ গুৱাহাটীত ভূমিস্খলনঃ খহি পৰিল দেৱালয়ৰ দেৱাল - উত্তৰ গুৱাহাটী

নেৰানেপেৰা বৰষুণত খহি পৰিল মণিকৰ্ণেশ্বৰ দেৱালয়ৰ দেৱাল

উত্তৰ গুৱাহাটীaউত্তৰ গুৱাহাটীত ভূমিস্খলনঃ খহি পৰিল দেৱালয়ৰ দেৱালত ভূমিঙ্খলনঃ
author img

By

Published : Jul 15, 2019, 5:15 PM IST

Updated : Jul 15, 2019, 5:23 PM IST

  • উত্তৰ গুৱাহাটীত ভূমিস্খলন
  • খহি পৰিল পুৰাণ প্ৰসিদ্ধ মণিকৰ্ণেশ্বৰ দেৱালয়ৰ দেৱাল
  • নেৰানেপেৰা বৰষুণৰ বাবে খহি পৰিল দেৱাল
  • দেৱালয় খনলৈ যাব পৰা নাই যাত্ৰী
  • প্ৰত্নতত্ব বিভাগৰ নিম্ন মানৰ কামৰ অভিযোগ
  • সোমবাৰে পুৱাই খহি দোৱাল পৰাত হাহাকাৰ লাগে ভক্ত সকলৰ মাজত
  • দেৱালয় খনলৈ আহ যাহ কৰা মূল পথটোতে দেৱাল খন বাগৰি পৰে
  • একপ্ৰকাৰে যোগাযোগ বিছিন্ন হৈ পৰিছে দেৱালয়ৰ সৈতে

উত্তৰ গুৱাহাটীত ভূমিস্খলনঃ খহি পৰিল দেৱালয়ৰ দেৱাল
  • উত্তৰ গুৱাহাটীত ভূমিস্খলন
  • খহি পৰিল পুৰাণ প্ৰসিদ্ধ মণিকৰ্ণেশ্বৰ দেৱালয়ৰ দেৱাল
  • নেৰানেপেৰা বৰষুণৰ বাবে খহি পৰিল দেৱাল
  • দেৱালয় খনলৈ যাব পৰা নাই যাত্ৰী
  • প্ৰত্নতত্ব বিভাগৰ নিম্ন মানৰ কামৰ অভিযোগ
  • সোমবাৰে পুৱাই খহি দোৱাল পৰাত হাহাকাৰ লাগে ভক্ত সকলৰ মাজত
  • দেৱালয় খনলৈ আহ যাহ কৰা মূল পথটোতে দেৱাল খন বাগৰি পৰে
  • একপ্ৰকাৰে যোগাযোগ বিছিন্ন হৈ পৰিছে দেৱালয়ৰ সৈতে
Intro:*SLUG= NORTH GHY LANDSLIDE*



👉উত্তৰ গুৱাহাটীত ভূমিঙ্খলন ।

👉খহি পৰিল পুৰান প্ৰসিদ্ধ মণিকৰ্ণেশ্বৰ দেৱালয়ৰ ৱাল ।

👉নেৰানেপেৰা বৰষুনৰ বাবে খহি পৰিল ৱাল খন ।

👉দেৱালয় খনলৈ যাব পৰা নাই যাত্ৰী ।

👉পত্নতত্ব বিভাগৰ নিম্ন মানৰ কামৰ বাবেই এই ঘটনা
Body:

Script- যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে উত্তৰ গুৱাহাটীত ভূমিঙ্খলনৰ ঘটনা সংঘটিত হৈছে । পুৰাণ প্ৰসিদ্ধ মণিকৰ্নেশ্বৰ দেৱালয়ৰখনৰ guard wall আজি পুৱাই খহি পৰাত হাহাকাৰৰ সৃষ্টি হৈছে ভক্ত সকলৰ মাজত ।

Conclusion:ভক্ত সকলে অভিযোগ কৰা মতে ৰাজ্যিক প্ৰত্নতত্ব বিভাগে কামৰ মানদণ্ড নিম্নমানৰ কৰা বাবেই এনেদৰে বৰষুণত খহি পৰে ওৱাল খন । ইফালে ,দেৱালয় খনলৈ আহ যাহ কৰা মূল পথটোতে ওৱাল খন বাগৰি পৰাত একৰকম যোগাযোগ বিছিন্ন হৈ পৰিছে দেৱালয় খনৰ সৈতে ।

Last Updated : Jul 15, 2019, 5:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.