ETV Bharat / state

সোণাপুৰত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ পৰা জব্দ ১০০ গৰু

অসমত অব্যাহত আছে ৰমৰমীয়া গৰুৰ চোৰাং বেহা ৷ তাৰ পুনৰ প্ৰমান পোৱা গ’ল শুকুৰবাৰে ৷ মহানগৰীৰ সমীপৰ সোণাপুৰৰ ডিগাৰু গেটত শুকুৰবাৰে পুৱা অসমৰ পৰা মেঘালয়লৈ গৈ থকা অৱস্থাত এখন ট্ৰাকে আনখন ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় চোৰাং গৰু ভৰ্তি এখন ট্ৰাক ৷

সোণাপুৰত দুখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত , প্ৰায় ১০০ গৰু জব্দ
author img

By

Published : Jun 28, 2019, 2:02 PM IST

সোণাপুৰ 28 জুনঃ অসমত অব্যাহত আছে ৰমৰমীয়া গৰুৰ চোৰাং বেহা৷ তাৰ পুনৰ প্ৰমান পোৱা গ’ল শুকুৰবাৰে৷ মহানগৰীৰ সমীপৰ সোণাপুৰৰ ডিগাৰু গেটত শুকুৰবাৰে পুৱা অসমৰ পৰা মেঘালয়লৈ গৈ থকা অৱস্থাত দুখন ট্ৰাকৰ এখন ট্ৰাকে আনখন ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় চোৰাং ভৰ্তি গৰুৰ ট্ৰাক খন৷

সোণাপুৰত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত , প্ৰায় ১০০ গৰু জব্দ

যাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান-জটৰ সৃষ্টি হয় । দুৰ্ঘটনাৰ পিছত দুখ ট্ৰাকৰ চালক আৰু হেণ্ডিমেন গাড়ী থৈ পলায়ন কৰে । জানিব পৰা মতে উক্ত ট্ৰাকদুখনত প্ৰায় ১০০ গৰু উজনি অসমৰ পৰা মেঘালয়লৈ বিক্ৰী কৰাৰ বাবে লৈ যোৱা হৈছিল । জব্দকেইটা গৰুৰ মূল্য প্ৰায় দহ লাখতকৈ অধিক হ’ব বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা গ্ৰস্থ ট্ৰাক দুখনৰ নম্বৰ এ এছ ০১ বিডি ৬৫৯৯ আৰু এ এছ ০১ ই চি ৭৮৭৫ ।

Intro:সোণাপুৰত দুখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত , প্ৰায় ১০০ গৰু জব্দ।
Body:সোণাপুৰৰ ডিগাৰু গেটত শুকুৰবাৰে পুৱা উজনি অসমৰ পৰা মেঘালয়লৈ গৈ থকা দুখন ট্ৰাকৰ এখন ট্ৰাকে আনখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে । যাৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান-জটৰ সৃষ্টি হয় । দুৰ্ঘটনাৰ পিছত দুখ ট্ৰাকৰ চালক আৰু হেণ্ডিমেন গাড়ী থৈ পলায়ন কৰে । জানিবলৈ পৰা মতে উক্ত ট্ৰাকদুখনত প্ৰায় ১০০ গৰু উজনি অসমৰ পৰা মেঘালয়লৈ বিক্ৰী কৰাৰ বাবে লৈ যোৱা হৈছিল । জব্দকেইটা গৰুৰ মূল্য প্ৰায় দহ লাখতকৈ অধিক হব বুলি জানিব পৰা গৈছে । Conclusion:
মহানগৰীৰ আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলোৱা সময়তে একাংশ অবৈধ চোৰাং গৰু ব্যৱসায়ীয়ে ট্ৰাকত টিৰপালেৰে ঢাকি , একাংশ আৰক্ষীক মেনেজ কৰি উজনি অসমৰ পৰা মেঘালয়লৈ বিক্ৰীৰ বাবে লৈ যায় । দুৰ্ঘটনা গ্ৰস্ত ট্ৰাক দুখনৰ নম্বৰ এ এছ ০১ বিডি ৬৫৯৯ আৰু এ এছ ০১ ই চি ৭৮৭৫ ।
Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.