ETV Bharat / state

বোন্দাত ৰেলৰ খুন্দাত মৃত্যু পিতৃ-কন্যাৰ

মহানগৰীৰ বোন্দাত নামনিমুৱা এখন ৰেলৰ খুন্দাত কৰুন মৃত্যুক সাৱটি লয় পিতৃ - কন্যা আৰু আহত হয় পুত্ৰ ৷

author img

By

Published : Mar 20, 2019, 10:37 PM IST

TRAIN ACCIDENT AT BONDA

গুৱাহাটী, 20 মাৰ্চ: মহানগৰীৰ বোন্দাত সংঘটিত এক ৰেল দূৰ্ঘটনা ৷ নামনিমুৱা এখন ৰেলৰ খুন্দাত কৰুন মৃত্যুক সাৱটি লয় পিতৃ - কন্যা আৰু আহত হয় পুত্ৰ ৷ নিহত পিতৃ - কন্যাক ৰপন বড়ো আৰু ময়ুৰী বড়ো বুলি চিনাক্ত কৰা হৈছে ৷ ৰেলৰ খুন্দাত গুৰুতৰ ভাৱে আহত হোৱা পুত্ৰ সোমেশ্বৰ বড়োক জি এম চি এইচত ভৰ্তি কৰোৱা হয় ৷

TRAIN ACCIDENT AT BONDA

দূৰ্ভগীয়া পৰিয়ালটিৰ ঘৰ মহানগৰীৰ পশ্চিম চপাইদাঙত বুলি জানিব পৰা হৈছে ৷

মহানগৰীৰ বোন্দাত অঘটন ৷ ৰেলৰ খুন্দাত কৰুন মৃত্যুক পিতৃ,কন্যাৰ ৷ নামনিমুৱা এখন ৰেলৰ খুন্দাত নিহত হয় পিতৃ কন্যা ৷ ৰেলৰ খুন্দাত গুৰুতৰ ভাৱে আহত পুত্ৰ সন্তানৰ ৷ আহত সোমেশ্বৰ বড়ো নামৰ  শিশুটিক জি এম চি এইচত ভৰ্তি ৷ নিহত চাৰিবছৰীয়া কন্যা সন্তান গৰাকীৰ নাম ময়ুৰী বড়ো আৰু পিতৃৰ নাম ৰপন বড়ো ৷ দূৰ্ভগীয়া পৰিয়ালটিৰ ঘৰ মহানগৰীৰ পশ্চিম চপাইদাঙত ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.