ETV Bharat / state

পৰ্যটকসকললৈ সুখবৰ ! বৰঝাৰ বিমানবন্দৰত মুকলি Tourist Information Counter - Tourist Information Counter at guwahati airport

বৰঝাৰ বিমানবন্দৰতে আপুনি লাভ কৰিব পাৰিব দেশৰ সকলো ঠাইৰ পৰ্যটনস্থলীৰ তথ্য । ক'ত কি সুবিধা, ক'ত কিমান দুৰত্ব, কেনেদৰে যাব আপুনি আদি সকলোবোৰ তথ্য লাভ কৰিব পাৰিব এই কেন্দ্ৰটোত ৷

কামৰূপ
পৰ্যটকসকললৈ সুখবৰ ! মুকলি Tourist Information Counter
author img

By

Published : Jan 1, 2020, 5:40 PM IST

কামৰূপ, 1 জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথমটো দিনতে পৰ্যটকসকললৈ সুখবৰ ! পৰ্যটকসকৰ সুবিধাৰ্থে বৰঝাৰ বিমানবন্দৰত মুকলি কৰা হ'ল Tourist Information Counter ৷ এতিয়াৰে পৰা আপুনি দেশৰ পৰ্যটনস্থলীসমুহ বিচাৰি হাবাথুৰি খাব নালাগে । বৰঝাৰ বিমানবন্দৰতে আপুনি লাভ কৰিব পাৰিব দেশৰ সকলো ঠাইৰ পৰ্যটনস্থলীৰ তথ্য । ক'ত কি সুবিধা, ক'ত কিমান দুৰত্ব, কেনেদৰে যাব আপুনি আদি সকলোবোৰ তথ্য লাভ কৰিব পাৰিব এই কেন্দ্ৰটোত । India Tourismৰ অধীনত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত এই Tourism Information Counter টো বুধবাৰে বৰঝাৰ বিমানবন্দৰৰ ভিতৰচৰাত মুকলি কৰা হয় । বৰঝাৰ বিমানবন্দৰৰ Airport Authority Of India North-Eastৰ বিষয়াই বুধবাৰে আনুষ্ঠানিক শুভাৰম্ভণি কৰে এই কেন্দ্ৰটোৰ । কেন্দ্ৰটোৰ জড়িয়তে দেশ-বিদেশৰ পৰ্যটকসকল লাভাম্বিত হ'ব বুলি আশাবাদী সকলো ।

পৰ্যটকসকললৈ সুখবৰ ! মুকলি Tourist Information Counter

উল্লেখ্য যে, দেশী-বিদেশী পৰ্যটকসকল উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত বহুতো বিপদৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে Airport Authority Of India North-Eastৰ বিষয়াই ।

আৰু পঢ়কঃ সৈন্য বাহনীয়ে নিজকে ৰাজনীতিৰ পৰা আঁতৰত ৰাখেঃ চিডিএছ বিপিন ৰাৱাট

Intro:নৱবৰ্ষৰ প্ৰথমটো দিনতে পৰ্যটকসকললৈ সুখবৰ ! পৰ্যটকসকৰ সুবিধাৰ্থে বৰঝাৰ বিমানবন্দৰত মুকলি কৰা হ'ল Tourist Information Counter ।
Body:Ocvo...পৰ্যটকৰ বাবে সুখবৰ ! এতিয়াৰে আপুনি দেশৰ পৰ্যটনস্থলীসমুহ বিচাৰি হাবাথুৰি খাব নালাগে । বৰঝাৰ বিমানবন্দৰতে আপুনি লাভ কৰিব পাৰিব দেশৰ সকলো ঠাইৰ পৰ্যটনস্থলীৰ তথ্য । ক'ত কি সুবিধা,ক'ত কিমান দুৰ,কেনেদৰে যাব আপুনি আদি সকলোবোৰ তথ্য লাভ কৰিব পাৰিব এই কেন্দ্ৰটোত । India Tourismৰ অধীনত উত্তৰ-পুৰ্বাঞ্চল ভিত্তিত এই Tourism Information Counterটো আজি বৰঝাৰ বিমানবন্দৰৰ ভিতৰচৰাত মুকলি কৰা হয় । বৰঝাৰ বিমানবন্দৰৰ Airport Authority Of India North-Eastৰ বিষয়াই আজি আনুষ্ঠানিক শুভাৰম্ভণি কৰে এই কেন্দ্ৰটোৰ । কেন্দ্ৰটোৰ জড়িয়তে দেশ-বিদেশৰ পৰ্যটকসকল লাম্ভাৱিত হ'ব বুলি আশাবাদী সকলো ।Conclusion:কিয়ণো পুৰ্বতেও বিদেশী পৰ্যটকসকল উত্তৰ-পুৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত বহুতো বিপদৰ সন্মুখীন হয় ।

Bite...বিষয়া ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.