- বকোত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ
- শিংৰা বনাঞ্চলিক বিষয়া দিবাকৰ মেধিৰ তৎপৰতাত জব্দ
- সুকুনিয়াপাৰা-পুখুৰীপাৰত জব্দ অবৈধ কাঠখিনি
- চোৰাং কাঠভৰ্তি গাড়ীখনৰ নম্বৰ এম এল 07 এ 4297
- জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা
বকোত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ - বকো
চোৰাং কাঠভৰ্তি গাড়ীখনৰ নম্বৰ এম এল 07 এ 4297 ৷ জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা ৷
বকোত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ
- বকোত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ
- শিংৰা বনাঞ্চলিক বিষয়া দিবাকৰ মেধিৰ তৎপৰতাত জব্দ
- সুকুনিয়াপাৰা-পুখুৰীপাৰত জব্দ অবৈধ কাঠখিনি
- চোৰাং কাঠভৰ্তি গাড়ীখনৰ নম্বৰ এম এল 07 এ 4297
- জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা
Intro:Body:বকোৰ সুকুনিয়াপাৰা- পুখুৰীপাৰত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ। শিংৰা আঞ্চলিক বন বিষয়া-কৰ্মচাৰীৰ তৎপৰতাত এই ট্ৰাকখন জব্দ। চোৰাং কাঠ ভৰ্তি ট্ৰাক খনৰ নম্বৰ এম এল ০৭ এ ৪২৯৭।প্ৰায় ডেৰ লক্ষ টকাৰ মূল্যৰ এই কাঠ সমূহ। ঘটনাস্থলীৰ পৰা চোৰাং কাঠ বেপাৰী পলাতক। ইয়াৰ পূৰ্বেও যোৱা ২৪ মে আৰু ২৯ মেত দুখনকৈ চেগুন আৰু শালৰ কুণ্ডা ভৰ্তি টাটা ডি আই জব্দ কৰে বুলি জানিব দিয়ে শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া দিবাকৰ মেধিয়ে। Conclusion: