ETV Bharat / state

কছাৰী মহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড - চুৰিকাণ্ড

ৰঙিয়াৰ মধুকুছিৰ কছাৰী মহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক চুৰিকাণ্ড সংঘটিত হয় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ কোঠাৰ দুৱাৰৰ তলা ভাঙি চোৰে লুটপাত চলাই বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

কছাৰী মহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড

author img

By

Published : May 18, 2021, 12:09 PM IST

Updated : May 18, 2021, 12:47 PM IST

ৰঙিয়া,18 মে': চৌদিশে কৰ'ণাৰ আতংকময় পৰিৱেশ বিৰাজ কৰাৰ সময়তে ৰঙিয়াৰ মধুকুছিৰ কছাৰী মহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক চুৰিকাণ্ড সংঘটিত হয় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ কোঠাৰ দুৱাৰৰ তলা ভাঙি চোৰে লুটপাত চলাই বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

কছাৰী মহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড

স্থানীয় লোকে সদৰী কৰা মতে, বিদ্যালয়ৰ মূল্যৱান সামগ্ৰী লুটি নিয়াৰ লগতে বিদ্যালয়ৰ নথি-পত্ৰ, সকলো সা-সামগ্ৰী চোৰে লণ্ড-ভণ্ড কৰে ৷ আনকি বিদ্যালয়ৰ এখন পকী দেৱাল পৰ্যন্ত চোৰে ভাঙি পেলায় ৷ এই চুৰিকাণ্ড সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে । এই এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে ৷

লগতে পঢ়ক: শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

Last Updated : May 18, 2021, 12:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.