ETV Bharat / state

বকোত চেগুন কাঠৰ কুণ্ডা ভৰ্তি টাটা ডিআই বাহন জব্দ

author img

By

Published : Apr 9, 2021, 2:07 PM IST

বকোৰ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খামাৰত নিশা বন বিভাগকে জব্দ কৰে এখন চেগুন ভৰ্তি নম্বৰবিহীন ডি আই বাহন ৷ প্ৰায় এক লক্ষাধিক টকা মূল্যৰ চেগুন ভৰ্তি ডি আই বাহনখন নিশা মেঘালয়ৰ পৰা আহি থকা অৱস্থাতে জব্দ কৰে বন বিভাগে ।

বকোত চেগুন কাঠৰ কুণ্ডা ভৰ্তি টাটা ডিআই বাহন জব্দ
বকোত চেগুন কাঠৰ কুণ্ডা ভৰ্তি টাটা ডিআই বাহন জব্দ

বকো,9 এপ্ৰিল: বৃহস্পতিবাৰে বকোৰ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খামাৰত নিশা বন বিভাগকে জব্দ কৰে এখন চেগুন ভৰ্তি নম্বৰবিহীন ডি আই বাহন ৷ প্ৰায় এক লক্ষাধিক টকা মূল্যৰ চেগুন ভৰ্তি ডি আই বাহনখন নিশা মেঘালয়ৰ পৰা আহি থকা অৱস্থাতে জব্দ কৰে বন বিভাগে ।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা বকোৰ বিভিন্ন অঞ্চলত একাংশ চোৰাং ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা।

লগতে পঢ়ক: ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.