গুৱাহাটী,6আগষ্টঃ মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি বিভিন্ন বিষয়ৰ ওপৰত সৰৱ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷
- "জম্মু কাশ্মীৰক ভাঙি টুকুৰা টুকুৰ কৰি দিলে বিজেপিয়ে"
- "৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা কাৰ্য অসংবিধানিক আৰু অগণতান্ত্ৰিক"
- "এতিয়া জম্মু কাশ্মীৰত অধিক সমস্যা উদ্ভৱ হ'ব"
- "জনতাৰ অধিকাৰৰ কথাও গুৰুত্ব নিদিলে চৰকাৰে"
- "আজি কাশ্মীৰৰ লগত এনে কৰিছে কাইলৈ অসম নাইবা অন্য ৰাজ্যৰ অধিকাৰসমূহ কৰ্তন কৰিব "
- "এন আৰ চিৰ পুনৰীক্ষণৰ নামত ৰাইজে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে"
- এন আৰ চি প্ৰস্তুতত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা হাজেলাক হাৰাশাস্তি বন্ধ কৰিবলৈ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ"
- "জম্মু কাশ্মীৰৰ ওপৰত ৰঙা চকু দিয়া গৃহমন্ত্ৰী অমিত শ্বাহ অসমৰ এন আৰ চি আৰু বিভিন্ন সমস্যা সন্দৰ্ভত কিয় নিৰৱ?"
- "বিজেপিলৈ যাব ভুৱনেশ্বৰ কলিতা"
- "প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতা সুবিধাবাদী"
- "কলিতা যদিহে কংগ্ৰেছ ত্যাগ নকৰে তেন্তে তেওঁক মই ক্ষমা খুজিম"